“২০২৪ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী…।”- বদৰুদ্দিন আজমল
🔷 ২০২৪ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী, ৩ ৰাজ্যত বিজেপিৰ বৃহৎ বিজয়ৰ পিছত তাৎপৰ্যপূৰ্ণ মন্তব্য AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ
🔷 সকলো কংগ্ৰেছী নেতাক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাই আজমলৰ কটাক্ষ- ভূপেন বৰাৰ কোনো কাম নাই