🔴মহানগৰীৰ ফ্লেটত মেঘালয়ৰ যুৱতীৰ ৰহস্যজনক মৃত্যু
🔴ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ
🔴হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো এপাৰ্টমেণ্টত এই ঘটনা
🔴এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত উদ্ধাৰ মৃতদেহটো
🔴পশ্চিমবংগৰ বাসিন্দা ৰূপেশ ৰয় নামৰ এজন যুৱকৰ সৈতে লিভিঙত আছিল যুৱতীগৰাকী
🔴জানিব পৰা মতে, নিশা ৰূপেশ ৰয়-ঋত্বিকা সোণাৰৰ মাজত হৈছিল কাজিয়া