গণ+পতি=গণপতি-যাৰ-
সহজ অৰ্থ=
গণ-মানে-সমূহ-নানা-সকলো।
পতি-মানে-স্বামী-মালিক।
অৰ্থাৎ-সকলোৰে স্বামী-মালিক।
গণ+ঈশ=গণেশ-
যাৰ সহজ অৰ্থ…
গণ-মানে=সমূহ.. নানা,, সকলো।
ঈশ_মামে=ঈশ্বৰ.. ভগৱান।
মৰ্হষি=পাণিনিৰ মতে-
গণ-মানে-দিশ-দিক।
পতি =মানে-স্বামী।
গণপতি-গণেশ-মানে-
দশো দিশৰ স্বামী।
গণপতি’ৰ ,, অনুমতি অবিহনে
কোনো.. দেৱী দেৱতাই.. কোনো দিশৰপৰা
আগমন কৰিব নোৱাৰে।।
সেয়হে-সকলো দেৱী-দেৱতাৰ পূজাৰ আগতে
গণপতি) গণেশৰ পূজা কৰি..
তেওঁক প্ৰথম সন্তস্ত কৰি লোৱা হয়।
জয় গণেশ দেৱা… (কথাখিনি সংগ্ৰহিত)