অস্বাভাৱিক গৰমে দহিছে সমগ্ৰ ভাৰতক। পূৰ্বৰ তুলনাত এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত গৰমৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে। চলিত এপ্ৰিল মাহত উষ্ণতা পূৰ্বৰ তুলনাত ৬ ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে। একেই অৱস্থা উত্তৰ, দক্ষিণ ভাৰতত। এনে গৰমৰ বাবেই এতিয়া যাতায়ত কৰাটোও যেন এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। মানুহে
Year: 2023
দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা আৰু এজন ই–ৰিক্সা চালক গুৰুতৰভাৱে আহত হয়৷ জানিব পৰা মতে, পুৰণিভিঠাৰ পৰা দুধনৈ অভিমুখে আহি থকা এখন ই-ৰিক্সাক এখন কয়লা পৰিবাহী ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো৷ ই-ৰিক্সা চালক নয়ন ৰাভাই দুগৰাকী
সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্যাতনৰ বলি হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ পক্ষত থিয় হৈছে BJPৰ নেতৃত্ব ৷ অংকিতাই বিচাৰিলে সহায় কৰাৰো আশ্বাস দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ ইতিমধ্যে বিষয়টোক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগেও গোচৰ লৈছে ৷ পিছে কংগ্ৰেছত সুৰক্ষিত নোহোৱা
পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ এতিয়া চীন নহয়, আমাৰ নিজৰ দেশ ভাৰতহে। চলিত বৰ্ষৰ আৰম্ভণিতে বিশ্ব বিশেষজ্ঞসকলে ২০২৩ চনত ভাৰত সৰ্বাধিক লোকৰ দেশ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল আৰু এতিয়া ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ (UNFPA) শেহতীয়া তথ্যই এই কথা নিশ্চিত কৰিছে। ৰাষ্ট্ৰসংঘৰ (UNFPA) তথ্য অনুসৰি ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ। ভাৰতত
ভাৰতীয়সকল ক’তো নিজৰ ক্ষমতা দেখুৱাবলৈ পিছ পৰি নাথাকে। ব্ৰিটেইনত এগৰাকী ভাৰতীয় মহিলাই সম্বলপুৰী শাৰী পিন্ধি মানচেষ্টাৰত ৪২.৫ কিলোমিটাৰ মাৰাথন দৌৰত অংশ লৈছিল। দৌৰৰ ছবিবোৰ যেতিয়া চৰ্চালৈ আহিল, তেতিয়া মানুহে চকু থৰ কৰি ৰল। ৰঙা শাৰী আৰু কমলা ৰঙৰ স্নিকাৰ পৰিধান কৰি মধুস্মিতা জেনা দাসে ৪ ঘন্টা ৫০ মিনিট সময় মাৰাথন