যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অংকিতা দত্তই নিৰ্যাতনৰ অভিযোগত দিছপুৰ থানাত গোচৰ তৰিলে অংকিতাই
Year: 2023
প্ৰচণ্ড বতাহ ধুমুহা আৰু শিলাবৃষ্টিয়ে জোকাৰি গ’ল নলবাৰী । মঙলবাৰে নিশা অহা ধুমুহাৰ বিভীষিকা মাৰ নৌযাওঁতেই বুধবাৰে সন্ধিয়া পুনৰ শিলাবৃষ্টি আৰু বতাহ ধুমুহাই জোকাৰি গ’ল নলবাৰীৰ বৃহত্তৰ অঞ্চল। নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ কেইবাখনো ৰাজহ গাঁৱত বতাহ ধুমুহাই বিস্তৰ ক্ষতি কৰে। ইয়াৰ লগতে বানেকুছি ৰাজহ চক্ৰ, পশ্চিম নলবাৰী ৰাজহ চক্ৰ, ঘগ্ৰাপাৰ
সভ্য সমাজক লজ্জানত কৰা এক বৰ্বৰ কাণ্ডই কঁপাইছে ধেমাজি জিলাৰ এক গ্রামাঞ্চল। মাতৃত্বৰ পবিত্ৰ সম্পৰ্কক পদপিষ্ট কৰা জীৱ শ্রেষ্ঠৰ এই নিকৃষ্ট আৰু জঘন্য কাণ্ড সংঘটিত হৈছে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত খঙিয়া চাপৰি গাঁৱত। গাঁৱখনৰ মইনাপৰাৰ পৰা খঙীয়া চাপৰি গাঁও সংযোগী ৰাজপথত বুধবাৰে পুৱা উদ্ধাৰ হয় এটি ক্ষত বিক্ষত নৱজাতকৰ
সোণাৰিৰ কাতিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে নিশাৰ ভাগত সংঘটিত পথ দুৰ্ঘটনাটো। তীব্রবেগী ৱাগানাৰে খুন্দিয়ালে বিদ্যুতৰ খুঁটাত। বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পাছত বাহন চিটিকি পৰে দূৰৈত। থিতাতে নিহত এজন, আন এজনৰ অৱস্থা সংকটজনক। নিহত লোকজন গোলাঘাটৰ ৰাজু ফুকন বুলি চিনাক্ত। দুৰ্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS-01 L 9639।
তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যোৱা ২০ মাৰ্চত এজন ৫০ ঊৰ্দ্ধৰ ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি যোৱা ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বৰডুবি থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও আজি পৰ্যন্ত আৰক্ষীয়ে ধৰ্ষণত জড়িত থকা বুলি দাবী কৰা বাহাদুৰ চাৰিআলিৰ সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ