32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

বিদ্যুতৰ খুটাত খুন্দা তীব্রবেগী বাহনৰ, থিতাতে প্ৰাণ গ’ল এজনৰ…

Assamese Newsবিদ্যুতৰ খুটাত খুন্দা তীব্রবেগী বাহনৰ, থিতাতে প্ৰাণ গ'ল এজনৰ...
  • সোণাৰিৰ কাতিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বুধবাৰে নিশাৰ ভাগত সংঘটিত পথ দুৰ্ঘটনাটো।
  • তীব্রবেগী ৱাগানাৰে খুন্দিয়ালে বিদ্যুতৰ খুঁটাত।
  • বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পাছত বাহন চিটিকি পৰে দূৰৈত।
  • থিতাতে নিহত এজন, আন এজনৰ অৱস্থা সংকটজনক।
  • নিহত লোকজন গোলাঘাটৰ ৰাজু ফুকন বুলি চিনাক্ত।
  • দুৰ্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS-01 L 9639।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!