ডিচেম্বৰৰ ৪ তাৰিখৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ তৃতীয় দিনা অৰ্থাৎ বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত জম্মু-কাশ্মীৰৰ লগত সম্বন্ধিত বিধেয়ক জম্মু-কাশ্মীৰ সংৰক্ষণ সংশোধন বিধেয়ক-২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ গঠন সংশোধন বিধেয়ক ২০২৩ ৰ ওপৰত উত্তৰ দিয়ে। এই সময়চোৱাত শ্বাহে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰে। তেওঁ কয় যে,
Year: 2023
এটা পৰিয়ালে চাৰিজনকৈ লোকে কৰিলে আত্মহত্যা। উত্তৰ প্ৰদেশৰ বাৰনাসীৰ পৰা পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। এই সামূহিক আত্মহত্যাৰ ঘটনা বৃহস্পতিবাৰে পোহৰলৈ আহিছে। মৃতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু ৩ জন পুৰুষ। কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জানিব পৰা
বৈদিক জ্যোতিষশাস্ত্ৰৰ গণনাত, এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰতিটো গ্ৰহই নিজৰ অৱস্থান পৰিৱৰ্তন কৰে। জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি, ২০২৪ চনৰ আৰম্ভণিতে সূৰ্য আৰু শনিৰ মিলন ঘটিব। অৰ্থাৎ, ২০২৪ চনৰ আৰম্ভণিতে বিভিন্ন গ্ৰহণ তেওঁলোকৰ বন্ধুস্থানীয় আৰু শত্ৰুস্থানীয় গ্ৰহৰ সৈতে মিলিত হ’ব। ইয়াৰ প্ৰভাৱ ১২টা ৰাশিৰ ওপৰতে দেখা যাব। কিছু ৰাশিত ইয়াৰ ইতিবাচক প্ৰভাৱ
৯ ডিচেম্বৰত গ্ৰহৰ অধিপতি মংগল জ্যেষ্ঠ নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু সূৰ্যদেৱো এই নক্ষত্ৰত বিৰাজ কৰিব। ইয়াৰ উপৰি, বৃশ্চিক ৰাশিত সূৰ্য আৰু মংগলৰ এক সংযোগ আছে। উভয় গ্ৰহ একেটা নক্ষত্ৰলৈ আহিব। বৈদিক জ্যোতিষ অনুসৰি, জ্যেষ্ঠ নক্ষত্ৰৰ অধিপতি বুধ আৰু এই নক্ষত্ৰৰ সমস্ত পৰ্যায় বৃশ্চিক ৰাশিত অৱস্থিত। এই নক্ষত্ৰত সূৰ্য আৰু মংগলৰ
পুদিনা স্বাস্থ্যৰ বাবে বহু উপকাৰী এক জনপ্ৰিয় সুগন্ধিযুক্ত ভেষজ। অতীজৰে পৰা মানুহে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে পুদিনা ব্যৱহাৰ কৰি আহিছে। পদিনাৰ সুগন্ধি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। পুদিনা পাতত ভিটামিন A, C আৰু B থাকে। যিটো ছালৰ যত্ন আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাৰ এক অতি গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ