ডিচেম্বৰৰ ৪ তাৰিখৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ তৃতীয় দিনা অৰ্থাৎ বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত জম্মু-কাশ্মীৰৰ লগত সম্বন্ধিত বিধেয়ক জম্মু-কাশ্মীৰ সংৰক্ষণ সংশোধন বিধেয়ক-২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ
Year: 2023
এটা পৰিয়ালে চাৰিজনকৈ লোকে কৰিলে আত্মহত্যা। উত্তৰ প্ৰদেশৰ বাৰনাসীৰ পৰা পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। এই সামূহিক আত্মহত্যাৰ ঘটনা বৃহস্পতিবাৰে পোহৰলৈ আহিছে। মৃতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু ৩ জন পুৰুষ।
বৈদিক জ্যোতিষশাস্ত্ৰৰ গণনাত, এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰতিটো গ্ৰহই নিজৰ অৱস্থান পৰিৱৰ্তন কৰে। জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি, ২০২৪ চনৰ আৰম্ভণিতে সূৰ্য আৰু শনিৰ মিলন ঘটিব। অৰ্থাৎ, ২০২৪ চনৰ আৰম্ভণিতে বিভিন্ন গ্ৰহণ
৯ ডিচেম্বৰত গ্ৰহৰ অধিপতি মংগল জ্যেষ্ঠ নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু সূৰ্যদেৱো এই নক্ষত্ৰত বিৰাজ কৰিব। ইয়াৰ উপৰি, বৃশ্চিক ৰাশিত সূৰ্য আৰু মংগলৰ এক সংযোগ আছে। উভয় গ্ৰহ একেটা নক্ষত্ৰলৈ আহিব।
পুদিনা স্বাস্থ্যৰ বাবে বহু উপকাৰী এক জনপ্ৰিয় সুগন্ধিযুক্ত ভেষজ। অতীজৰে পৰা মানুহে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে পুদিনা ব্যৱহাৰ কৰি আহিছে। পদিনাৰ সুগন্ধি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। পুদিনা পাতত