Year: 2023

ভগৱান গণেশৰ জন্মৰ আঁৰৰ ৰহস্য!

ভগৱান গণেশৰ জন্মৰ আঁৰৰ ৰহস্য!

প্ৰিয় পাঠকসকল,গজ অৰ্থাৎ হাতী আৰু অসুৰৰ সম্বন্ধৰ ফলত গজাসুৰ নামৰ এজন অসুৰৰ জন্ম হৈছিল। তাৰ মুখখন গজৰ দৰে হোৱা বাবে তাক সকলোৱে গজাসুৰ বুলি ক’বলৈ ধৰিলে ।গজাসুৰ শিৱ ভক্ত আছিল আৰু শিৱৰ অবিহনে তেওঁ নিজৰ কল্পনাই কৰিব নোৱাৰিছিল। তেওঁৰ ভক্তিত ভোলানাথ প্ৰসন্ন হ’ল আৰু তেওঁক বৰ খুজিবলৈ ক’লে।গজাসুৰে ক’লে যে

ভগৱান শিৱৰ সৈতে এইসমূহৰ সম্পৰ্ক কেনেদৰে গঢ়ি উঠিছিল

ভগৱান শিৱৰ সৈতে এইসমূহৰ সম্পৰ্ক কেনেদৰে গঢ়ি উঠিছিল

১. ভগৱান শিৱৰ ত্ৰিশূল- ভগৱান শিৱৰ ধ্যান কৰা মাত্ৰকে মনত যিখন ছবি উদ্ভৱ হয়, সেইখন হ’ল বৈৰাগী পুৰুষৰ। তেওঁৰ এখন হাতত ত্ৰিশূল, আন এখন হাতত ডম্বৰু,ডিঙিত সাপৰ মালা আৰু কপালত তিনিডাল ৰেখাযুক্ত চন্দনৰ তিলক লৈ থাকে। মূৰত এটা অৰ্ধচন্দ্ৰ আৰু এটা জঁটা য’ৰ পৰা গংগাৰ ধাৰা বৈ আছে।যেতিয়া অলপ মনোযোগ

ৰামায়ণৰ এই ১৫টা ৰহস্যই আপোনাক আচৰিত কৰিব!

ৰামায়ণৰ এই ১৫টা ৰহস্যই আপোনাক আচৰিত কৰিব!

বাল্মিকীতকৈও আগতে হনুমানে লিখিছিল ৰামায়ণ। প্ৰিয় পাঠকসকল আমি সকলোৱে জানো যে বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰিছিল। কিন্তু আপুনি জানি আচৰিত হ’ব ‌যে বাল্মিকীৰ আগতেই প্ৰভু ৰামচন্দ্ৰৰ আগ্ৰহ মতে তেওঁৰ প্ৰথম ভক্ত হনুমানে ৰচনা কৰিছিল ৰামায়ণ আৰু তাক এক শিলালিপিত খুদিত কৰিছিল। এই কথা যেতিয়া বাল্মিকীয়ে গম পালে তেতিয়া তেওঁ নিজে গৈ

অসমীয়াত সম্পূৰ্ণ হনুমান চালীসা

অসমীয়াত সম্পূৰ্ণ হনুমান চালীসা

দোহা শ্রী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি | বৰণৌ ৰঘুবৰ বিমলয়শ জো দায়ক ফলচাৰি || বুদ্ধিহীন তনুজানিকৈ সুমিৰৌ পবন কুমাৰ | বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ || চৌপাঈ জয় হনুমান জ্ঞান গুণ সাগৰ । জয় কপীশ তিহু লোক উজাগৰ || ১ || ৰামদূত অতুলিত বলধামা