শিক্ষা , সংবাদ, সাংস্কৃতিক ক্ষেত্ৰ আৰু সমাজ সংগঠনৰ অগ্ৰণী আৰু বিশিষ্ট ব্যক্তিৰে পহিলা এপ্ৰিলতে নতুন শিক্ষা বৰ্ষৰ শুভ উদ্বোধনী উৎসৱ উদযাপন! শ্ৰীমন্ত শংকৰদেৱ, আজান পীৰ, জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা,এপিজে আব্দুল কালামৰ নামেৰে শ্ৰেণীকোঠাৰ নামকৰণ গীতে মাতে , বৌদ্ধিক অমৃতবাণীৰে উচৱমুখৰ আৰু গাম্ভীৰ্যপূৰ্ণ পৰিবেশত ২০২৩-২৪ বৰ্ষৰ শিক্ষা বৰ্ষ
Year: 2023
নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে নাজিৰাৰ নাট্যমন্দিৰ ,শংকৰদেৱ সংঘৰ নামঘৰত সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য ,বৰগীত আৰু খোলবাদন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰথম দিনা সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে বৰগীত আৰু খোলবাদন প্ৰতিযোগিতাত বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ দ্বিতীয় দিনা বটা বিতৰণী
ৰঙিয়া মহকুমাৰ অন্তৰ্গত হাজোৰ কহৰতোলা চুবুৰীৰ পৰা ধুহিলৈ যোৱা পথচোৱা বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বিপাঙত পৰিছে অঞ্চলবাসী । এই পথটোৰে নিতৌ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসালয়লৈ বহু সংখ্যক ৰোগী অহা যোৱা কৰে । কিন্তু এজাক বৰষুণতেই বোকা পানীৰে ভৰি পৰাৰ ফলত পথচোৱাৰে পাৰ হ’বলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় যাত্ৰীসকলে ।
আজি টীয়কৰ কাকজান দ-গাঁৱত ড্ৰাগছৰ চিৰিঞ্জৰ সৈতে দুজন যুৱকক ৰাইজে আটক কৰাৰ লগে লগে সমগ্ৰ অঞ্চলতে এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। টীয়কৰ বলমাৰ প্ৰিয়ম বৰুৱা আৰু ছাজিদুৰ আলী( কানুপুখুৰী) নামৰ দুজন যুৱকক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখযোগ্য যে টীয়কৰ কাকজানত ৰাগিয়াল দ্ৰব্য সেৱন কৰি অচেতন অৱস্থাত উদ্ধাৰ হোৱা
নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–নগাঁও জিলাৰ বটদ্ৰৱা দলংঘাট সংহত শিশু প্ৰকল্প কাৰ্যালয়ৰ প্ৰাংগণত প্ৰাক্তন অভিযন্তা বিষ্ণু বৰা উপস্থিতিত পোষণ পখোৱাৰ কাৰ্যসূচী উদযাপন কৰা হয় । অনুষ্ঠানটি পৰিচালনা কৰে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ চি দি পি অ’ ধৰিত্ৰী ৰংপিয়ে । এই পোষণ পখোৱাৰ উদযাপনৰ কাৰ্যসূচীত ভাল স্বাস্থ্যৰ ৩টা শিশুক পুৰস্কাৰ,১০টা শিশুক