Year: 2023

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত “নাক”ৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দল

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত “নাক”ৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দল

    নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ “নাক” ‘!(NAAC)ৰ তিনিজনীয়া এটা দলে সোমবাৰে প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় । পৰিদৰ্শনকাৰী দলটোক মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত গায়ন বায়নেৰে উষ্ম আদৰণি জনোৱা হয়। প্ৰফেচাৰ জগদীশ কুমাৰ

নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ

নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ

  নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰা নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত চকলাঘাট শাখা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নৱ-নিৰ্বাচিত সমিতিখনক ৰবিবাৰে শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাত আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয় ৷ তদুপলক্ষে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ প্ৰাংগণত পুৱা ৮-৪৫ বজাত অসম

নগাঁৱৰ চকৰিগাঁৱত লেখিকা সংস্থাৰ কলংপাৰ শাখাৰ সপ্তম দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

নগাঁৱৰ চকৰিগাঁৱত লেখিকা সংস্থাৰ কলংপাৰ শাখাৰ সপ্তম দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

    নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–লেখিকা সংস্থা,অসমৰ অন্যতম অগ্ৰণী কলংপাৰ শাখাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি ৰবিবাৰে অনুষ্ঠিত হৈ যায় । চকৰি গাঁও মজলীয়া বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় দিনা পুৱা লেখিকা সংস্থাৰ পতাকা উত্তোলন কৰে কলংপাৰ শাখা লেখিকা সংস্থাৰ সভানেত্ৰী অৰুনিমা বৰাই আৰু স্মৃতি তৰ্পণ মুকলি কৰে শাখাৰ উপদেষ্টা বৈজয়ন্তী খাউণ্ডে । বিয়লি

নগাঁৱৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন সম্পন্ন

নগাঁৱৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন সম্পন্ন

  নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–আমাৰ সমাজত একাত্মকতাৰে থকা মোমাই-মামী, মহা-মাহী,বৰদেউতা-বৰমা,দদাই, পেহা-পেহী,তাৱৈ-আমৈ,জেঠপেহা-জেঠাই আদি অসমীয়া সমন্ধবোৰ দৰে অতি মৰমৰ আন এক সমন্ধ হৈছে “জী-জোঁৱাই”ৰ সমন্ধ । পিছে আধুনিকতাৰ গ্ৰাসত পৰি ক্ৰমান্বয়ে নৱ প্ৰজন্মই আনবোৰৰ দৰে জী-জোঁৱাইৰ মধুৰ সমন্ধৰ বিষয়েও বুজি নোপোৱা পৰিলক্ষিত হৈছে ৷ সেয়ে এই সমন্ধৰ আত্মীয়তা তথা ইয়াৰ অন্তৰ্নিহীত অৰ্থৰ বিষয়ে নৱ

সৰুৰেপৰা এই ৭ টা গুণ সন্তানক শিকাব লাগে

সৰুৰেপৰা এই ৭ টা গুণ সন্তানক শিকাব লাগে

এটি শিশু দেশৰ ভৱিষ্যতৰ নাগৰিক।সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ-এজন সফল নাগৰিক হব পাৰিব।( Assamese Fact ) শিশুৰ শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন।ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয়।গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই-কথা শিকোৱাটো একান্তই আৱশ্যক। ক)সহযোগিতা- সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস-সৰুৰে পৰা এটি