Year: 2023

ৰাতি টোপনি নাই নেকি ? তেনেহলে বাদ দিয়ক এইসমূহ খাদ্য

ৰাতি টোপনি নাই নেকি ? তেনেহলে বাদ দিয়ক এইসমূহ খাদ্য

পুষ্টিবিদ তথা বিশেষজ্ঞৰ মতে , খাদ্য অভ্যাসৰ বাবেই মানুহৰ টোপনি পৰিমাণ কমি যায় । যদিহে আপোনাৰ টোপনিৰ পৰিমাণ কমি আহিছে , তেন্তে আপুনি এইসমূহ খাদ্য সমূলি বাদ দিয়ক । ১/ কাৰ্বহাইড্ৰেট বন্ধ :– আপুনি যদি ডায়েট মানিছে ,তেন্তে আপোনাক নিশ্চয়কৈ পুষ্টিবিদে কাৰ্বহাইড্ৰেট বন্ধ কৰাৰ পৰামৰ্শ দিছে । কিন্তু হঠাৎ কাৰ্বহাইড্ৰেট

মৃত্যুৰ ৫টা পৰ্যায়ৰ বিষয়ে জানি লওক…

মৃত্যুৰ ৫টা পৰ্যায়ৰ বিষয়ে জানি লওক…

ল’ৰা-ছোৱালীৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৰে মনত নিশ্চিতভাৱে এক কৌতুহল আছে যে মৃত্যুৰ পিছত কি হয়! এনেধৰণৰ আৰু বহু প্ৰশ্ন। যেনে মৃত্যুৰ সময়ত কেনে লাগে? সেই সময়ত মনত কি চলি আছে? মৃত্যুৰ সময়ত এজন ব্যক্তিয়ে কি দেখিছে? দেহৰ পৰা আত্মা কেনেকৈ বিচ্ছিন্ন হয়? আমাৰ সকলোৰে মনত এনে বহু ধৰণৰ কৌতুহল থাকে। প্ৰথম

শীতকালত কিয় বৃদ্ধি পায় শৰীৰত বিষৰ সমস্যা ?

শীতকালত কিয় বৃদ্ধি পায় শৰীৰত বিষৰ সমস্যা ?

কম বয়সতে বা বাত নাই যদিও শীতকালত পুৱা শোৱাৰ পৰা উঠি অনুভৱ কৰে যে শৰীৰৰ বিভিন্ন অংশত বিষ হৈছে । হাতৰ আঙুলি, ভৰি ভাঁজ কৰাত সমস্যা হয় । চিকিৎসকৰ মতে, যিসকলৰ আর্থাৰাইটিছ আছে, তেওঁলোকৰ এই সমস্যা নতুন নহয় । কিন্তু সাধাৰণতে এই বিষৰ কাৰণ হ’ব পাৰে শাৰীৰিক সক্রিয়তাৰ অভাৱ ।

তপা হোৱাৰ সমস্যা দূৰ কৰিবলৈ এই প্ৰতিকাৰ গ্ৰহণ কৰক…

তপা হোৱাৰ সমস্যা দূৰ কৰিবলৈ এই প্ৰতিকাৰ গ্ৰহণ কৰক…

চুলি সৰা, পকা আমাৰ প্রায় মহিলাৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছে। বয়স হৈ আহিলে চুলি পকে। কিন্তু কেতিয়াবা কোনো কোনো লোকৰ ২০,২৫,৩০ বছৰ বয়সতে চুলি পকা আৰম্ভ হয়। ইয়াক চুলি ৰোগ বুলিয়ে ধৰিব লাগিব আৰু চিকিৎসা আৱশ্যক। এক চামুচ আমলখি গুড়ি ৰাতি শোৱাৰ আগত খাই শুই থাকিব লাগে। আমলখি

সন্তানক পঢ়াত মন বহুৱাবলৈ জানক এই ৫ টা টিপছ…

সন্তানক পঢ়াত মন বহুৱাবলৈ জানক এই ৫ টা টিপছ…

*শিশুসকলক পঢ়া-শুনা বিশেষকৈ হোমৱৰ্কৰ পৰা সাধাৰণতে-দূৰত থাকিব বিচাৰে।ইয়াৰ কাৰণ হল-শিশুৱে খেলা-ধুলা বা বৰ্তমান মোবাইল গেম খেলিবলৈ বেছি ভালপায়। অভিভাৱকসকলক উদ্দেশ্যি বিশেষজ্ঞসকলে কৈছে যে-যদি সন্তানে মবাইল লৈ ব্যস্ত থাকে-তেন্তে সেই মবাইলতে স্কুলৰ হমৱৰ্কৰ লগতে পঢ়া-শুনাৰ পাঠ্যসূচী আপলোড কৰি লব পাৰি।মবাইল চোৱাৰ সময়ত-শিশুসকলে সেয়া সহজে-আয়ত্ত কৰিব পাৰিব।এয়া এক সহজ পদ্ধতি বুলি মত