২৪ নৱেম্বৰত শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল আৰু অহা বছৰ ৬ এপ্ৰিললৈকে এই স্থানত থাকিব। শনিৰ এই ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ পৰিব এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত। জ্যোতিষ বিজ্ঞানত কোৱা হৈছে যে শনিৰ ৰাশিৰ পৰিৱৰ্তনে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। ২৪ নৱেম্বৰত শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল আৰু অহা বছৰ ৬
Year: 2023
ইন্দোনেছিয়াৰ এটা জনগোষ্ঠী হল #ডেনি জনগোষ্ঠী । প্ৰায় ২৫০,০০০ লোকৰ এক সমষ্টি। ইয়াত চলে এক অদ্ভুত প্ৰথা , পৰিয়ালৰ যদি কোনোবাৰ মৃত্যু হয়, তেতিয়া সকলোৱে কান্দে….দুখ কৰে । ইয়াত দুখ কৰা আৰু কন্দাৰ লগতে ঘৰৰ মুখ্য মহিলা গৰাকীয়ে নিজৰ হাতৰ আঙুলি এটাৰ প্ৰথম ভাগটো কাটি পেলাব লাগে । আচৰিত নহয়
সূৰ্যাস্তৰ (Sunset) পাছত এইবোৰ কাম কৰে নেকি? যদি কৰে তেন্তে আজিৰে পৰা ত্যাগ কৰক। নহ’লে অসন্তুষ্ট হৈ পৰিব মা লক্ষ্মী হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰৰ মতে বেলি মাৰ (Sunset) যোৱাৰ এনে কিছুমান কাম আছে যিবোৰ কৰাটো ভুল বা উচিত নহয়। এইবোৰ কৰিলে ঘৰৰ সদস্যৰ বেমাৰ, দুখ আৰু অভাৱে লগ এৰা নিদিয়ে।
টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে এবাৰ আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ খাদ্য আৰু পানীয়ই মানুহৰ টোপনিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়। সেইবাবেই খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। সুস্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ লগত
গৰ্ভাৱস্থাত নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লাগে, যাতে সন্তান জন্মৰ সময়ত কোনো সমস্যা নহয়। গৰ্ভৱতী মহিলাৰ বাবে জিংক পৰিপূৰক অতি প্ৰয়োজনীয় বুলি বিবেচিত। জিংকে গৰ্ভাৱস্থাত অকাল জন্মৰ সম্ভাৱনা সামান্য হ্ৰাস কৰাত সহায় কৰে। ৩০০ৰো অধিক এনজাইমৰ কাৰ্য্যৰ বাবে জিংক গুৰুত্বপূৰ্ণ। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখে আৰু শৰীৰৰ কলাবোৰ মেৰামতি