Year: 2023

শীতকালত দৈনিক আমলখি খোৱাৰ আৰম্ভ কৰক…

শীতকালত দৈনিক আমলখি খোৱাৰ আৰম্ভ কৰক…

শীতকালত আমলখি খালে বহু সমস্যাৰ পৰা মুক্তি পাব পাৰি। শীতকালত অধিকাংশ লোক চৰ্দি আৰু কাহত আক্ৰান্ত হয়। একে সময়তে এই ঋতুত হাঁপানী ৰোগীয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু আপুনি জানেনে এই সকলো সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰে জানেনে। আজি আমি আপোনালোকক ক’ম যে আপুনি কি কি উপায়েৰে আমলখিুক

ভগবানে প্ৰাৰ্থনা শুনেনে? কিদৰে প্ৰাৰ্থনা কৰিলে ভগবানে শুনে? জানি লওঁ আহক।

ভগবানে প্ৰাৰ্থনা শুনেনে? কিদৰে প্ৰাৰ্থনা কৰিলে ভগবানে শুনে? জানি লওঁ আহক।

মানুহে কয় সঁচা হৃদয় ,সম্পূৰ্ণ ভক্তি আৰু সঠিক নিয়মৰে কৰা প্ৰাৰ্থনা নিশ্চিতভাৱে ভগৱানে শুনে। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ নিয়ম অনুসৰি ঈশ্বৰক প্ৰাৰ্থনা কৰে। কিন্তু মাত্ৰ কেইজনমান লোকেহে ঈশ্বৰক অনুভৱ কৰিবলৈ সক্ষম হয়। কিয় এনেকুৱা হয়? সকলোৱে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ প্ৰাৰ্থনা কৰে, কিন্তু সকলোৰে প্ৰাৰ্থনা কিয় ভগৱানে গ্ৰহণ নকৰে? প্ৰাৰ্থনানো কি?

ঠাণ্ডাৰ বাবে স্তনত হ’ব পাৰে খজুৱতি, এই সমূহ পদ্ধতি গ্ৰহণ কৰক…

ঠাণ্ডাৰ বাবে স্তনত হ’ব পাৰে খজুৱতি, এই সমূহ পদ্ধতি গ্ৰহণ কৰক…

স্তন খজুৱতি: শীতকালত ছাল শুকান হোৱা এক সাধাৰণ সমস্যা। এই বতৰত স্তনত খজুৱতিৰ সমস্যাও আৰম্ভ হয়।বহু মহিলাই এই সমস্য়াক আওকাণ কৰে। ইয়াৰ বাবে আপুনি কিছুমান সহজ পদ্ধতি গ্ৰহণ কৰা উচিত। স্তনত খজুৱতি হোৱাৰ কাৰণবোৰ জানি লওক- বেছিভাগ মহিলাৰ স্তনত খজুৱতি হোৱা সমস্যাই অশান্তি দিয়ে। কিন্তু আপুনি জানেনে যে স্তন খজুৱতিৰ

মাজনিশা হঠাতে পিয়াহৰ অনুভৱ কৰে নেকি? ইয়াৰ কাৰণ কি জানেনে…

মাজনিশা হঠাতে পিয়াহৰ অনুভৱ কৰে নেকি? ইয়াৰ কাৰণ কি জানেনে…

ৰাতি পিয়াহ অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদিহে অত্যধিক পিয়াহৰ বাবে প্ৰতি নিশাই টোপনি কমিবলৈ ধৰে তেন্তে ই এক চিন্তনীয় পৰিস্থিতি হ’ব পাৰে। সকলোৱে ৰাতিৰ টোপনি ভাল পায়, সুস্বাস্থ্যৰ বাবে আমি ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে, কিন্তু কেতিয়াবা হঠাতে মাজনিশা আমি তীব্ৰ পিয়াহৰ অনুভৱ কৰো, যিয়ে টোপনিত ব্যাঘাত জন্মায়।

চাহৰ প্ৰতি আসক্ত নেকি আপুনি ? জানক চাহে আপোনাৰ সম্পৰ্কত মধুৰতা কিদৰে আনে…

চাহৰ প্ৰতি আসক্ত নেকি আপুনি ? জানক চাহে আপোনাৰ সম্পৰ্কত মধুৰতা কিদৰে আনে…

চাহ আপোনাৰ সম্পৰ্কত আনে মধুৰতা চাহ আমাৰ দৈনন্দিন জীৱনত এনেদৰে জড়িত হৈ পৰিছে যে পুৱা টোপনিৰ পৰা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈ কিমানবাৰ যে আমি আমাৰ বন্ধু-বৰ্গৰ লগত, পৰিয়ালৰ লগত, আলহী-অতিথিৰ লগত চাহৰ সোৱাদ লওঁ তাৰ হিচাপ নাই। পুৱাই চাহৰ কাপটো হাতত লৈ পত্নীয়ে মৰমেৰে টোপনিৰ পৰা উঠোৱা কাৰ্য্যই