“(a + b)2 ফৰ্মূলা নোৱাৰা, প্ৰটেষ্ট কৰিব আহিছা? লাজ লোপোৱা, পঢ়াত জিৰ’ হৈ এইবোৰ কৰি আছা। পঢ়াত মন দে এতিয়া”
Year: 2023
নগাঁৱৰ মাচুম আলিয়ে ভাইৰেল কৰিছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত MORE DETAILS COMING SOON
‘তুমি এক মিনিটতে মোক ভক্তিহীন, ভাষাহীন কৰি পেলালা’। ‘কোনে বনালে মোক ভাষাহীন?’ কান্দি-কান্দি কবিতাৰ ভাষাৰে ৰিতুলে ক’লে বহু কথা। কোনে, কিয়, কি কাৰণত ৰিতুলক ভক্তিহীন, ভাষাহীন কৰিলে?
এগৰাকী বিধায়কৰ বিৰুদ্ধে লাভ জেহাদৰ গুৰুতৰ অভিযোগ ভুক্তভোগী যুৱতীৰ। কেমেৰাৰ সন্মুখত এফালৰ পৰা বৰ্ণনা কৰি গ’ল কেনেকৈ লাভ জেহাদৰ বলি হৈছিল যুৱতীগৰাকী। নতুন মোৰ লৈছে বৰপেটাৰ লাভ জেহাদৰ ঘটনাই।
বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। বৰষুণৰ লগতে বজ্ৰপাতৰো আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ বহুকেইখন জিলাত প্ৰচণ্ড বৰষুণ, ধুমহাৰ খবৰ।