সামান্য কথাতে খঙত ফাটি পৰে বা মুখ গোমোথা কৰি বহি থাকে নেকি? কিন্তু মনত ৰাখিব, এয়া অৱশ্যে শৰীৰৰ বাবে উপকাৰী নহয়। এক গৱেষণাত দেখা গৈছে যে অতিমাত্রা খঙৰ বাবে মানুহৰ কম বয়সতে ৰক্তচাপ বৃদ্ধি পায়, ইস্কিমিয়া হয় আৰু হাৰ্ট এটেকৰ আশংকা বাঢ়ে। আকৌ উচ্চ ৰক্তচাপ নাথাকিলেও আপুনি বিপদমুক্ত বুলি ভাবিব
Year: 2023
যদি আপোনাৰ হাতত-Mচিহ্ন আছে-তেন্তে কি আছে-আপোনাৰ ভাগ্যত! যদি আপোনাৰ হাতত-Mচিহ্ন আছে,তেন্তে কি আছে-আপোনাৰ ভাগ্যত! মানুহৰ হাতৰ বিষয়ে-তথ্য-অৰ্থাৎ হাত দুখনেই কব যে-আপুনি কেনেধৰণৰ মানুহ।আচলতে-হাত দুখন দাপোনৰ দৰে।আপুনি কিবা কৰাৰ লগে লগে-আপোনাৰ হাত দুখনে-ঠিক তাকেই দেখুৱাব। জ্যোতিষীসকলে এজন ব্যক্তিৰ হাতৰ ৰেখা-বিচাৰ কৰি তেওঁৰ বিষয়ে-ভাল-বেয়া কবলৈ চেষ্টা কৰে। হাতৰ বিভিন্ন ৰেখাৰ নামো দিব
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুকুৰবাৰে সন্ধিয়া ৫ বজাত নতুন দিল্লীত আলোচনাপন্থী আলফাৰ প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত হ’ব শান্তি চুক্তি। নতুন দিল্লীত আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যেই উপস্থিত হৈছেগৈ। অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ প্রতিনিধি দল উপস্থিত নতুন দিল্লীত। শান্তি চুক্তিয়ে সামৰি ল’ব অসমৰ বহুকেইটা মূল সমস্যা।
কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেত ৰূপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকুৱা দেখা পায় তেনেহলে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱাৰ পূৰ্বে কেনেধৰনৰ লক্ষণেৰে কেন্সাৰৰ সংকেত দিয়ে। #পাকস্হলীৰ_সমস্যাঃ- পাকস্হলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰন সকলো ব্যক্তিৰেই
আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূর্ণ অংগ, অতি স্পর্শকাতৰ তথা দটিল ইন্দ্ৰিয় হ’ল চকু। সেয়ে চকুৰ সামান্যতম সমস্যাকো কেতিয়াও অৱহেলা কৰা উচিত নহয়। কাৰণ সামান্য সমস্যাৰ পৰাই এসময়ত দৃষ্টিশক্তি পর্যন্ত হেৰুৱাবলগীয়া হ’ব পাৰে। সেয়ে চকু ভালে ৰাখিবলৈ আপুনি কেতবোৰ নিয়ম মানি চলিব লাগিব। ফল আৰু পাচলি : চকু ভালে ৰাখিবলৈ গাজৰ বেছিকৈ