সম্পৰ্কবোৰ গ্লাচৰ দৰেই, এবাৰ ভাঙি যোৱাৰ পিছত কেতিয়াও জোৰা লগাব নোৱাৰি।ইয়াৰ বিপৰীতে, যদি সম্পৰ্কটো ভাল নহয়, তেনেহ’লে ই আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়।সেয়েহে সদায় আপোনাৰ সংগীৰ লগত সম্পৰ্ক ভালে ৰখাটো খুবেই গুৰুত্বপূৰ্ণ।সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ৫টা উপায় সম্পৰ্কে আজি জানো আহক- সময় সকলোয়েই অলপ
Year: 2023
আজিকালি ম’বাইল অবিহনে জীয়াই থকাটো আমাৰ বাবে যেন সপোনৰো অগোচৰ। জ্যেষ্ঠসকলৰ সমান্তৰালকৈ শিশুসকলো ম’বাইলৰ আসক্ত।খাওঁতে-শোওঁতে, উঠোতে-বহুতে সকলো সময়তে আজিকালি আভিভাৱকসকলে সন্তানক ম’বাইলটো হাতত তুলি দিবলগীয়া হয়। কিন্তু শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।হয়, এই গৱেষণাত প্ৰমাণ হৈছে যে ১২ বছৰৰ তলৰ ৪২ শতাংশ শিশুৱে দিনে গড়ে দুইৰ পৰা চাৰি
সোমবাৰটো ভগৱান শিৱৰ দিন।এই দিনটোত শিৱৰ উপাসনা কৰোতে ভক্তসকলে নিশ্চিতভাৱেই ‘ওম নম: শিৱায়’ উচ্চাৰণ কৰে।আচলতে, এই মন্ত্ৰ উচ্চাৰণ নকৰিলে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।বিশ্বাস কৰা হয় যে, এই মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সকলো ইচ্ছা পূৰণ কৰে।’ওম নম: শিৱায়’ৰ অৰ্থ আৰু এই মন্ত্ৰ জপ কৰাৰ
কাছাৰত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ড। গাড়ীৰ ভিতৰতে এগৰাকী যুৱতীক চালকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পাছতে এই ধৰ্ষণ কাণ্ডৰ সমগ্ৰ দশ্য একাংশই ভাইৰেল কৰে ছচিয়েল মিডিয়াত। এই ঘটনাৰ পাছতে একাংশ লোকে গণ প্ৰহাৰ কৰে অভিযুক্তক। ২৬ নৱেম্বৰৰ নিশা কাছাৰ জিলাৰ শিলকুৰিত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে,
মহম্মদ ছামী আৰু হাছিন জাহানে ২০১৮ চনৰ পৰা পৃথকে পৃথকে আছে। অৱশ্যে, আজিও তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই। মহম্মদ ছামী আৰু হাছিন জাহান এতিয়া নিজ নিজ দিশত আগবাঢ়িছে। ছামীক এতিয়াৰ বাবে টীম মেনেজমেণ্টে জিৰণি দিছে। ভৰিৰ গোৰোহাত আঘাত পোৱা বাবে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিব নোৱাৰিব। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ