পুৱতি নিশা মৰিগাঁও ধৰমতুলৰ বঙ্গালধৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনি জন লোক আহত হৈছে। আহক লোককেইজনক সংকটজনক অৱস্থাত গুৱাহাটিলৈ প্ৰেৰণ কৰা হয়। ধৰমতুল থানাৰ সমীপতে বঙ্গালধৰা ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা AS25CC5971 নম্বৰৰ ট্ৰাক খনক পাছফালৰ পৰা AS04BC9751 নম্বৰৰ
Year: 2023
মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় বিধানসভা নিৰ্বাচনত বিজেপিৰ এই বিজয়ে প্ৰকৃতাৰ্থত কেইমাহমানৰ পিছত হ’বলগা লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ো যেন নিশ্চিত কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা ভাষণ দি এনে দাবী কৰে। মোদীয়ে কয়, “আজিৰ হেট্ৰিকে ২৪তো হেট্ৰিকৰ নিশ্চয়তা প্ৰদান কৰিলে।” কেৱল সেয়াই
গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ADCP সুকন্যা দাসক উলুবাৰী CID কাৰ্যালয়ত হাজিৰ হৈছে। SITএ সুকন্যা দাসক আজি হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বেও হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতো সুকন্যা দাস SITৰ ওচৰত হাজিৰ হোৱা নাছিল। তেওঁ ব্যক্তিগত কাৰণত হাজিৰ হ’ব নোৱাৰিব বুলি হাজিৰ হ’বৰ বাবে SITৰ পৰা কিছু সময় বিচাৰিছিল। APS গৰাকীৰ
ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। এইবাৰ আমিনগাঁও আজ্ঞাঠুৰীত, আৰক্ষীৰ বন্দুক গৰজি উঠিল ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে। আৰক্ষীৰ গুলীত নিহত হয় ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ছামাদৰ। ওলোটাই আৰক্ষীৰ বুলেটৰ প্ৰত্যাহ্বান জনালে ড্ৰাগচ সৰবৰাহকাৰীয়েও। আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত গুলীয়াগুলীত আহত হয় তিনিজন লোক আৰু এগৰাকী টেম্পু আৰোহীও। আহতসকলক তোলাৰাম বাফনা
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি দিনটোত আপোনাৰ প্ৰচুৰ আত্মবিশ্বাস থাকিব। উপাৰ্জন বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব। ব্যৱসায়ত অধিক কষ্ট কৰাৰ প্ৰয়োজন, পৰিকল্পনাত মনোযোগ দিব। যদি চাকৰি সলনি কৰিব বিচাৰে, তেন্তে আজিয়েই চেষ্টা কৰা উচিত। ডাঙৰ বিনিয়োগৰ পৰিকল্পনা কৰিবলগীয়া হ’ব পাৰে। নতুন কিবা এটা আৰম্ভ কৰাৰ বাবে