Year: 2023

দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?

দেশত প্ৰতি চাৰি মিনিটত এজন ষ্ট্ৰোকত মৃত্যু হয় , আশংকা এৰাই চলিবলৈ কি কৰিব ?

শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা বৰ্তমান বিদ্যুতৰ গতিত বৃদ্ধি পাইছে। বহুতো লোক হৃদৰোগজনিত সমস্যাত ভুগিছে । যুৱ প্ৰজন্মৰ মাজতো এই ৰোগ দেখিবলৈ পোৱা হৈছে ।

তৰমুজ খাই ইয়াৰ বীজ পেলাই দিয়ে নেকি ? জানি লওক ইয়াৰ উপকাৰিতা…

তৰমুজ খাই ইয়াৰ বীজ পেলাই দিয়ে নেকি ? জানি লওক ইয়াৰ উপকাৰিতা…

গ্ৰীষ্মকালত শৰীৰটো ঠাণ্ডা ৰাখিবলৈ বহুলোকে বিভিন্ন গ্ৰীষ্মকালীন ফলৰ ওপৰত নিৰ্ভৰ কৰে । গ্ৰীষ্মকালীন শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ পানী আৰু বিভিন্ন ৰসাল ফলৰ প্ৰয়োজন। এই তালিকাৰ আৰম্ভণিতে আছে তৰমুজৰ নাম । তৰমুজত ৯২ শতাংশ জলীয় উপাদান থাকে যি শৰীৰৰ অত্যাৱশ্যকীয় পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। কিন্তু নিশ্চিতভাৱে আপুনি তৰমুজ খোৱাৰ পাছত তাত

কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

কঁকালৰ বিষৰ সমস্যাত অধিকাংশ লোকে কম-বেছি পৰিমাণে ভাৰাক্ৰান্ত হয়। কাৰ্যালয়ত দীঘলীয়া সময় বহি থকা, শাৰীৰিক পৰিশ্ৰম তুলনামূলকভাৱে কমকৈ কৰা, শৰীৰচৰ্চাৰ অভাৱ আদি বিভিন্ন কাৰণত কঁকালৰ বিষৰ সমস্যাই দেখা দিয়ে। কম বয়সীয়া লোকৰ মাজত এতিয়া এই সমস্যাই দেখা দিছে আৰু ক্রমশঃ দ্রুতভাৱে ই বিয়পি পৰিছে। শেহতীয়া গৱেষণা অনুসৰি আগন্তুক কেই বছৰমানৰ

লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা..

লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা..

আজিৰ আধুনিক নাৰীয়ে লিপষ্টিকৰ কথা বাদ সৌন্দৰ্যচৰ্চাৰ কথা ভাবিবই নোৱাৰে। লিপষ্টিক, লিপ মজ, লিপবাম আদি নানা ৰকমৰ সামগ্ৰী নাৰীৰ ওষ্ঠ চৰ্চাৰ অন্যতম উপকৰণ। কিন্তু এইবোৰৰ ব্যৱহাৰৰ পাছতো অসংখ্য নাৰীয়ে জীৱনত বা কর্মক্ষেত্ৰত আগস্থান দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু সমস্যা হৈছে, এইবোৰ সামগ্ৰীৰ দ্বাৰা ৰূপচৰ্চা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সমস্যা সৃষ্টি

ভগৱানক নাৰিকল আগবঢ়োৱাটোৱে ভক্তসকলৰ সকলো দুখ আঁতৰ কৰে..

ভগৱানক নাৰিকল আগবঢ়োৱাটোৱে ভক্তসকলৰ সকলো দুখ আঁতৰ কৰে..

নাৰিকলৰ অবিহনে কোনো পূজা কিয় সম্পূৰ্ণ নহয়? *নাৰিকলৰ গুৰুত্ব- বিশ্বাস কৰা হয় যে-নাৰিকল প্ৰদান কৰি ঈশ্বৰ সুখী আৰু তেওঁৰ ভক্তসকল সুখী হয়।যিকোনো শুভ কামত নাৰিকল আগবঢ়োৱাৰ প্ৰৱনতা আছে।। হিন্দু ধৰ্মৰ প্ৰায় সকলো দেৱ-দেৱীক নাৰিকল আগবঢ়োৱা হয়।যিকোনো উপাসনা আৰু শুভ কামত নাৰিকল নিশ্চিতভাৱে প্ৰয়োজন।বহু ঠাইত-নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়।ধৰ্মীয় পুৰাণ অনুসৰি-নাৰিলক