Year: 2023

 মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী

 মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী

পঞ্জাৱৰ সাংৰুৰত ভয়ংকৰ ঘটনা । সাংৰুৰৰ মেৰিটৰিয়াছ স্কুল ঘাব্দাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি কেইবাগৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে । প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছতে তেওঁলোকক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ নামত বিষাক্ত খাদ্য প্ৰদান কৰাৰ অভিযোগ অভিভাৱকসকলৰ । অভিভাৱকসকলে এই সন্দৰ্ভত তীব্ৰ প্ৰতিবাদো

ধন দি চাকৰি লোৱা ২১জন ৰাজপত্ৰিত বিষয়াক নিলম্বন

ধন দি চাকৰি লোৱা ২১জন ৰাজপত্ৰিত বিষয়াক নিলম্বন

নিলম্বন APS দীপাংকৰ দত্ত লহকৰ APS নিতুমণি দাস, ৰুমী তিমুংপী, ফাৰুক আহমেদ APS কল্যাণ কুমাৰ দাস, কুলপ্ৰদীপ ভট্টাচাৰ্য APS নীলাঞ্জল গগৈ, নন্দিনী কাকতি, অনলজ্যোতি দাস নিলম্বন APS শ্বাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা ১০ গৰাকী ACS বিষয়াকো নিলম্বন চাকৰিৰ পৰা নিলম্বন ACS সৌৰভপ্ৰাণ শৰ্মা, বিকাশ শৰ্মা ACS চক্ৰধৰ ডেকা, গীতাৰ্থ বৰুৱা,

আজি চুকাফা দিৱস…

আজি চুকাফা দিৱস…

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তত চলিছে চুকাফা দিৱসৰ আয়োজন। ৰাজ্য চৰকাৰৰ উদ্যোগতো পালন কৰা হ’ব অসম দিৱস। চুকাফা দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে প্ৰদান কৰি আহিছে ৰাষ্ট্ৰীয়

ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ কৰা APS নন্দিনী কাকতি নিলম্বিত

ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ কৰা APS নন্দিনী কাকতি নিলম্বিত

ৰাজ্য জোকাৰি যোৱা APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াৰ ভিতৰত অন্যতম আছিল APS নন্দিনী কাকতি। APSC কেলেংকাৰীৰ তদন্তত অব্যাহত থকা SITৰ মাৰাথন অভিযানত জালত পৰিছে নন্দিনী কাকতি। এইপৰ্যন্ত APSC কেলেংকাৰীত অভিযুক্ত ২১ জন ৰাজপত্ৰিত বিষয়াক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। এই তালিকাতে নাম আছে নন্দিনী কাকতিৰো।

২০২৪ৰ ১ জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথত চলিব E-BUS

২০২৪ৰ ১ জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথত চলিব E-BUS

🔴২০২৪ৰ ১ জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথত চলিব E-BUS 🔴গুৱাহাটী আহি পালেহি ইলেকট্ৰিক চিটী বাছসমূহ 🔴প্ৰতিখন বাছৰ দাম ১ কোটিৰ পৰা ১.২০ কোটি টকা 🔴গুৱাহাটীৰ ৫টাকৈ স্থানত নিৰ্মাণ কৰা হৈছে চাৰ্জিং পইণ্ট