এইবাৰ দক্ষিণ শালমাৰাত হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলে ১৩হাজাৰ টকা উৎকোচ লওঁতেই হাতে লোতে ধৰা পৰিল আবু তালেব মিয়া নামৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ লাট মণ্ডলজন
Year: 2023
তিনিচুকীয়াৰ ভিন্ন প্ৰান্তত টিন ফাটি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে শিল
নলবাৰী চহৰত ভয়ংকৰ দুৰ্ঘটনা ঘাতকৰূপী ডাম্পাৰৰ চেপাত হাত ভৰি হেৰুৱালে এগৰাকী নাছে তীব্ৰবেগী ডাম্পাৰখনৰ চেপাত সোঁহাত, সোঁভৰি চিঙি যায় নাৰ্ছগৰাকীৰ নলবাৰী মেডিকেল কলেজলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্রস্ত আজিজা বেগম সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ আজিজাক এমাহ পূর্বে বিবাহ পাশত আবদ্ধ হৈছিল আজিজা