গুৱাহাটীৰ শিহৰণকাৰী হত্যাকাণ্ডই সকলোৰে অন্তৰ কঁপাই তুলিছে৷ কিন্তু নৃশংস হত্যাকাণ্ডৰ পিছতো অনুশোচনাত ভোগা নাছিল লেডী ঘাতক বন্দনা৷ স্বামী–শাহুক নৃশংস হত্যা কৰি বন্দনাই তাৰ পিছতো অতিবাহিত কৰিছিল স্বাভাৱিক জীৱন৷ স্বামী–শাহুক হত্যা কৰাৰ পিছতো পৰিয়ালসহ বিভিন্ন ঠাই ভ্রমণ কৰিছিল বন্দনাই৷ পাপ মোচনৰ বাবে দর্শন কৰিছিল ৰাজ্যৰ একাধিক ধর্মীয় স্থান, শক্তিপীঠ কামাখ্যাত দিছিল
Year: 2023
পৃথ্বি শ্বক প্রহাৰ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হয় এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ আৰু অভিনেত্রীক৷ জামিন লাভ কৰাৰ পিছত ওলোটাই পৃথ্বিৰ বিৰুদ্ধেই শ্লীলতাহানিৰ অভিযোগ কৰে স্বপ্না গিল নামৰ ভোজপুৰী অভিনেত্রীগৰাকীয়ে৷ সোমবাৰে মুম্বাই থানালৈ গৈ পৃথ্বি শ্বৰ বিৰুদ্ধে অভিযোগ তুলি স্বপ্ণাই কয় যে ক্রিকেটাৰগৰাকীয়ে তেওঁৰ শৰীৰৰ গোপন অংগত স্পর্শ কৰিছিল৷ অভিনেত্রীগৰাকীয়ে ক্রিকেটাৰগৰাকীৰ
তুংগত উঠিছে বদৰুদ্দিন আজমল আৰু ভূপেন বৰাৰ ৰাজনৈতিক সংঘাত! দুই দলৰ দুই সভাপতিৰ তীব্ৰ বাক–বিতণ্ডাত গৰম ৰাজনীতি। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে আজমলৰ অভিযোগ – হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয় ভূপেন বৰাই। আজমলৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে ভূপেন বৰায়ো। বিগত কেইদিনমান ধৰি এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু অসম
আজি পৰ্যটকসকলে ভ্ৰমণ কৰিব ঐতিহ্যমণ্ডিত চিত্ৰলেখা উদ্যান আৰু দ’ পৰ্বতীয়া পুৰাতাত্ত্বিক স্থান বিগত ১৭ ফেব্ৰুৱাৰীত অসমত প্ৰৱেশ কৰা বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী প্ৰমোদতৰী এম ভি গংগা বিলাস ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ষষ্ঠ দিনৰ বাবে যাত্ৰাৰে কালি সন্ধিয়া ৫ বাজি ৪০ মিনিটত তেজপুৰত প্ৰৱেশ কৰে। উল্লেখ্য যে, ভাৰতৰ পৰা বাংলাদেশ হৈ পুনৰ ভাৰতত
গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ খলনায়িকা বন্দনা কলিতা এতিয়া আৰক্ষীৰ জিম্মাত। আজি পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা বন্দনাক লৈ যোৱা হৈছে নুনমাটিলৈ। নুনমাটি থানাত জেৰা চলোৱাৰ বাবে লৈ গৈছে বন্দনাক। ধনটি আৰু অৰূপৰ সৈতে একেলগে জেৰা কৰা হ’ব বন্দনাক। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চলাব জেৰা। উল্লেখযোগ্য যে সম্পত্তিৰ লালসাত স্বামী আৰু