19.8 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

নুনমাটি থানালৈ নিয়া হৈছে বন্দনা কলিতাক!

Assamese Newsনুনমাটি থানালৈ নিয়া হৈছে বন্দনা কলিতাক!

গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ খলনায়িকা বন্দনা কলিতা এতিয়া আৰক্ষীৰ জিম্মাত। আজি পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা বন্দনাক লৈ যোৱা হৈছে নুনমাটিলৈ। নুনমাটি থানাত জেৰা চলোৱাৰ বাবে লৈ গৈছে বন্দনাক। ধনটি আৰু অৰূপৰ সৈতে একেলগে জেৰা কৰা হ’ব বন্দনাক। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চলাব জেৰা।

উল্লেখযোগ্য যে সম্পত্তিৰ লালসাত স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই। অৰূপ আৰু ধনটিৰ সহযোগত হত্যা কৰি মেঘালয়ত পেলাই আহিছিল মৃতদেহ। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মুণ্ডহীন মৃতদেহ।

বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ দেহৰ কিছু অংশও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই লোমহৰ্ষক ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!