Year: 2023

” নেলীৰ কথা” অসমীয়া কথাছবিৰ প্ৰমোশ্যনেল গীত শুভ উদ্বোধন

” নেলীৰ কথা” অসমীয়া কথাছবিৰ প্ৰমোশ্যনেল গীত শুভ উদ্বোধন

মঙ্গলবাৰে নগাঁৱত ৮৩ৰ নেলী গণহত্যাৰ আধাৰত নিৰ্মান কৰা অসমীয়া কথাছবি ” নেলীৰ কথা” দ্বিতীয়টি প্ৰমোশ্যনেল গীতটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট চলচিত্র নিৰ্মাতা অৰূপ মান্নাই। নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ সংবেদনশীলতাৰে পাৰ্থজিৎ বৰুৱাই “নেলীৰ কথা” চিনেমাখন নিৰ্মাণ কৰিছে । উল্লেখ্য যে ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাও জিলা) নেলীত

বঢ়মপুৰৰ ৰাসথলীত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং।

বঢ়মপুৰৰ ৰাসথলীত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং।

➡️অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংক এই বছৰৰ “অসম গৌৰৱ- ২০২৩” বঁটা প্ৰদান বঢ়মপুৰৰ ৰাসথলীত।➡️সমন্বয় ৰাসৰ মঞ্চত “অৰণ্য পিতৃ” উপাধিৰে পায়েংক বিভূষিত কৰিলে জাগৰণ সচেতন নাগৰিক মঞ্চয়ে।➡️শেহতীয়াকৈ চৰকাৰে ৰোপণ কৰা এক কোটি গছপুলিৰ ২০%হে বাচি থাকিব। অসময়ত গছপুলি ৰোপণ কৰিলে চৰকাৰে: আক্ষেপ প্ৰকাশ যাদৱ পায়েংৰ।➡️বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলমুক্ত কৰা অঞ্চলত হাতীৰ

মুকালমুৱাৰ বামুণবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।

মুকালমুৱাৰ বামুণবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।

■মুকালমুৱাৰ বামুণবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।■দূৰ্ঘটনাটোত তিনিজন লোক আহত।■এখন দুচকীয়া বাহন আৰু এখন স্কোৰপিঅ’ বাহনৰ মাজত সংঘৰ্ষৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয়।■পথ দুৰ্ঘটনাটোত দুচকীয়া বাহনখনৰ তিনিজন আহত হয়।■আহত তিনিজন ক্ৰমে মিন্টু নাথ(২২), মানস বৰুৱা(১৫) আৰু অঞ্জন পাঠক(২০) ।■আহত তিনিওজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিওমিন্টু নাথ আৰু মানস বৰুৱাৰ আঘাত

ওদালগুৰিৰ গিতিবাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুচী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গিতিবাৰী প্ৰাথমিক সমিতিৰ সহযোগত

ওদালগুৰিৰ গিতিবাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুচী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গিতিবাৰী প্ৰাথমিক সমিতিৰ সহযোগত

  ওদালগুৰিৰ গিতিবাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমাকুচী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গিতিবাৰী প্ৰাথমিক সমিতিৰ সহযোগত ১৮তম দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়৷ বিভিন্ন কাৰ্যসূচীৰে অনুস্থিত হোৱা দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত থকা গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ হকে বিভিন্ন মন্তব্য আগবঢ়োৱাৰ লগতে চৰকাৰখনে গোৰ্খা জনগোষ্ঠীটোক যাতে

বঙাইগাঁওৰ চৌটাকীত অহা জানুৱাৰীত গোল্ডেন লেংগুৰ ফেষ্টিভেল

বঙাইগাঁওৰ চৌটাকীত অহা জানুৱাৰীত গোল্ডেন লেংগুৰ ফেষ্টিভেল

সমাগম ঘটিব বহু দেশী-বিদেশী পৰ্যটকৰ, কেবাগৰাকী বলীউদৰ শিল্পীৰ অনুষ্ঠান চৌটাকীত আয়োজিত গোল্ডেন লেংগুৰ ফেষ্টিভেলে নামনি অসমৰ পৰ্যটন খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াব। এই মন্তব্য বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকৰ ৷ আজি বঙাইগাঁও জিলাৰ চৌটাকীত অহা ২০২৪ বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা প্ৰথম বাৰ্ষিক গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ লাইখুটা প্ৰতিষ্ঠা