আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো বদ অভ্যাস৷ ই দেখিবলৈ যিমান বেয়া, কামটো কৰিলেও তাৰ বহুগুণে ক্ষতিকাৰক৷ নাকৰ ভিতৰখন বৰ কোমল আৰু সংবেদনশীল৷ ইয়াৰ ভিতৰত বহু সিৰা, উপসিৰা আৰু স্নায়ু আছে৷ নাকৰ ভিতৰত বায়ু প্রদূষণ এলার্জী আৰু বেক্টেৰিয়া বা ভেঁকুৰজাতীয় ইনফেকচন থাকিলে পিৰপিৰাই থাকিব পাৰে৷ ফলত নাকৰ ভিতৰত আঙুলি
Year: 2023
আপোনাৰ মনত কেতিয়াবা এটা প্ৰশ্ন আহিছেনে যে ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, কিন্তু ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত পতাকা উত্তোলন নকৰে কিয়? কিয় এই দিনটোত প্ৰধানমন্ত্ৰীৰ সলনি ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে? যদি আপুনি এই বিষয়ে নাজানে, তেন্তে ইয়াৰ আঁৰৰ কাৰণ জানি লওক- ভাৰতে এইবাৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস
শিশুটোৱে মাকৰ কোলাত যাতে আৰামকৈ গাখীৰ খাব পাৰে তালৈ সকলো সময়তে চকু দিব৷ গাখীৰ খাই থকা সময়ত শিশুটিৰ স্থান পৰিৱর্তন কৰি থাকিব৷ মাজে–সময়ে কোলাত বহুৱাই লৈ নাইবা শোৱাই লৈ খুৱাব৷ এনে নকৰিলে আপোনাৰ নিপলটো ৰঙা পৰি বিষোৱাৰ সম্ভাৱনা থাকে৷ গাখীৰ খোৱা হ’লে নিপোলকেইটা ধুই শুকাবলৈ দিব৷ ডাক্তৰৰ পৰামর্শ অবিহনে নিপোলকেইটাত
সাধাৰণতে ৰোগৰ কোনো ভৱিদ্বাণী কৰিব পৰা নায়ায়। কিন্তু ইয়াৰ মাজতো সাধাৰণতে দেখা যায় যে কিছুমান ৰোগ বহুলভাৱে হয়। মুম্বাইৰ এগৰাকী চিকিৎসকে নিজ অভিজ্ঞতাৰ ভিত্তিত জনায় যে কেইটামান বেমাৰ পুৰুষৰ ক্ষেত্ৰত অধিক হোৱা দেখা গৈছে। কি এই ৰোগ ষ্ট্ৰেছঃ চিকিৎসকৰ মতে ষ্ট্ৰেছ সম্প্ৰতি এক এৰাব নোৱাৰা ৰোগ গৈ পৰিছে। ষ্ট্ৰেছত তুলনামূলকভাৱে
কার্যালয় বা ঘৰত টিভিৰ সন্মুখত একেৰাহে কেইঘাঘণ্টাও বহি থাকে নেকি? শৰীৰটোক আৰাম দিবৰ কাৰণে এই অভ্যাস হিতে বিপৰীত হোৱাৰ দেখা যায়৷ জীৱন–পদ্ধতিত থিয় হৈ বা বহি যিকোনো কাম কৰাটো অবিচ্ছেদ্য অংশ৷ কিন্তু শাৰীৰিক সুস্থতাৰ কাৰণে একে ঠাইতে থিয় হৈ, বহি নাথাকি চলা–ফিৰা কৰা প্রয়োজন৷ হূদৰোগ আৰু ডায়েবেটিছ ৰোগ সম্প্রতি জীৱন