Year: 2023

মুখত উজ্জ্বলতা আনিবলৈ কণী ব্যৱহাৰ কৰাৰ সঠিক পদ্ধতি

মুখত উজ্জ্বলতা আনিবলৈ কণী ব্যৱহাৰ কৰাৰ সঠিক পদ্ধতি

সকলোৱে নিজৰ মুখখন ধুনীয়া বিচাৰে, কিন্তু পৰিৱৰ্তনশীল জীৱনশৈলী আৰু প্ৰদূষণৰ বাবে, মুখত বহু প্ৰকাৰৰ সমস্যা দেখা দিয়ে। বহুতো মানুহৰ মুখত ভিন্ন প্ৰকাৰৰ দাগ পৰে। এনে পৰিস্থিতিত, বেছিভাগ লোকে তেওঁলোকৰ মুখখন পুনৰ ধুনীয়া কৰি তুলিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। কেৱল এয়াই নহয়, বেছিভাগ লোকে মুখত উজ্জ্বলতা আনিবলৈ বহুতো কৌশল অৱলম্বন

মহিলাতকৈ পুৰুষৰ কি কি ৰোগৰ আশংকা অধিক?

মহিলাতকৈ পুৰুষৰ কি কি ৰোগৰ আশংকা অধিক?

প্ৰতি বছৰে গোটেই পৃথিৱীৰ মানুহে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হয় আৰু প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত আছে হৃদৰোগ, বহু প্ৰকাৰৰ কৰ্কট ৰোগ, মধুমেহ ইত্যাদি। এইসমূহ ৰোগে মহিলাতকৈ পুৰুষক বেছিকৈ প্ৰভাৱিত কৰে। উচ্চ ৰক্তচাপ: পুৰুষসকল মহিলাতকৈ বেছিকৈ উচ্চ ৰক্তচাপৰ চিকাৰ হয়। এইটো ৬০ বছৰ বয়সৰ পিছত পুৰুষৰ ক্ষেত্ৰত অধিক দৃশ্যমান হয়। ইয়াৰ

নেমুৰ বাকলি অপ্ৰয়োজনীয় বুলি পেলায় নিদিব, ইয়াৰ আছে বহুতো উপকাৰী গুণাগুণ

নেমুৰ বাকলি অপ্ৰয়োজনীয় বুলি পেলায় নিদিব, ইয়াৰ আছে বহুতো উপকাৰী গুণাগুণ

প্ৰায়সংখ্যক মানুহে নেমুৰ লাভালাভৰ বিষয়ে অৱগত, ই ছাল, চুলি আৰু পেটৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। ইয়াৰ ৰস যিমানেই টেঙা নহওঁক কিয়, কিন্তু ই কোনো ঔষধতকৈ কম নহয়। সাধাৰণতে নেমুৰ ৰস চেপি খোৱাৰ পিছত বাকলিবোৰ অপ্ৰয়োজনীয় বুলি ভাবি ডাষ্টবিনত পেলাই দিয়া হয়। কিন্তু যদি কোনোবাই এই বাকলিৰ লাভালাভৰ বিষয়ে জানে, তেন্তে

দৈনিক গৰম গাখীৰ খোৱাৰ বিশেষ লাভালাভবোৰ!

দৈনিক গৰম গাখীৰ খোৱাৰ বিশেষ লাভালাভবোৰ!

গাখীৰক সম্পূৰ্ণ খাদ্য বুলি কোৱা হয় আৰু বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই দৈনিক ১ ৰ পৰা ২ গিলাচ গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে কিয়নো এই খাদ্যত সকলো ধৰণৰ পুষ্টি পোৱা যায় শৰীৰৰ বাবে অতকৈ উপকাৰী। গাখীৰৰ জৰিয়তে, শৰীৰে কেলচিয়াম, প্ৰ’টিন, প্ৰাকৃতিক চৰ্বি, কেলৰি, ভিটামিন ডি, ভিটামিন বি-২, পটাছিয়াম আৰু আন বহুতো পুষ্টি প্ৰাপ্ত

মাংস আৰু কণী নোখোৱা সকলে প্ৰ’টিন পাবলৈ আহাৰত অন্তর্ভুক্ত কৰিব লগা ৫ বিধ পাচলি

মাংস আৰু কণী নোখোৱা সকলে প্ৰ’টিন পাবলৈ আহাৰত অন্তর্ভুক্ত কৰিব লগা ৫ বিধ পাচলি

নিৰামিষভোজী অথবা মাছ-মাংস আৰু কণী নোখোৱা সকলে এইকেইবিধ পাচলি আহাৰত অন্তর্ভুক্ত কৰিব পাৰে। ~ ফুলকবি খুব কম লোকেই অৱগত হ’ব যে ফুলকবি খাই শৰীৰত প্ৰ’টিন মাত্রা পূৰাব পাৰি, লগতে পটাছিয়াম, মেগনেছিয়াম আৰু আঁহও ইয়াত যথেষ্ট পৰিমাণত পোৱা যায়। যদি ইয়াক নিয়মীয়াকৈ খোৱা হয়, তেন্তে শৰীৰত প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ হৈ থাকিব।