উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত চলন্ত স্কুটিত উঠি এহাল যুৱক-যুৱতীক সাৱটি ধৰা দেখা গৈছে। লক্ষ্ণৌৰ হাজৰগঞ্জ অঞ্চলত ভাইৰেল হৈ পৰিছে এজন যুৱক আৰু এগৰাকী যুৱতীৰ ভিডিঅ’। চলন্ত স্কুটিত উঠি ৰোমাঞ্চ কৰি আছিল যুৱ দম্পতীয়ে। ভিডিঅ’ ভাইৰেল দম্পতীয়ে প্ৰাণ বিপন্ন কৰি সাৱটি
Year: 2023
এতিয়া বসন্ত কাল। এই ঋতুৱে মানুহৰ মনলৈ যিদৰে আনন্দ কঢ়িয়াই আনে, সেইদৰে দুর্যোগো মাতি আনিব পাৰে। বৰদৈচিলাৰ সন্ত্রাস আছেই। তাৰ উপৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে মানুহক জ্বলা-কলা খুৱাব পাৰে চিকেন পক্স’ বা বসন্ত ৰোগে। কিদৰে বাৰু এই সংক্রামক ৰোগ বিয়পে? ইয়াৰ প্রতিষেধকেই বা কি? আপুনি বাৰু বসন্ত ৰোগত আক্ৰান্ত
“যদি কংগ্ৰেছে আমাৰ ল’গত মিত্ৰতা নকৰে; কেইখন লোকসভা আসন পাব? কলিয়াবৰ ওলাব পাৰিব নেকি?” কংগ্ৰেছক উদ্দেশ্যি এই প্ৰশ্ন ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ আৱৰ্ত ভৱনত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা নহ’ব নেকি বুলি শুধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয় যে, “নতুনকৈ যি সমষ্টি পুনৰ
শীত অহাৰ লগে লগেই আমাৰ ছালৰ বিভিন্ন সমস্যাৰ উদ্ভৱ হয় । বিশেষকৈ শীতত প্ৰায় সংখ্যক লোকৰ ছাল ফটা , গাল ৰঙা পৰাৰ দৰে সমস্যা হয় । সেইয়েহে শীতত আমি ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন । সাধাৰণতে শীতত আমি বিভিন্ন ব্ৰেণ্ডৰ ক্ৰিম , লোচন আদি ব্যৱহাৰ কৰো । যিহেতু এই সময়ছোৱাত
শৰীৰৰ উপকাৰৰ কাৰণে আমি প্ৰায় লোকেই দৈনিক কল খাওঁ । বহু পুষ্টিগুণেৰে সমৃদ্ধ কল খাবলৈ চিকিৎসকে আমাক উপদেশ দিয়ে । বিশেষকৈ নিয়মিত ব্যায়াম কৰা লোকে দৈনিক খাদ্য তালিকাত কল সংযোগ কৰা দেখা যায় । মিনাৰেল, ভিটামিন, ফাইবাৰ,পটাচিয়াম সমৃদ্ধ কল অত্যন্ত স্বাস্থ্যকৰ হোৱাৰ লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে । কল