কালি ভোগালী বিহুৰ দিনাই দেৰগাঁৱৰ বঙালগাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বিৰাজ কৰে এক অভিৱনীয় উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয়। সম্প্ৰতি সময় অতিবাহিত হোৱাৰ লগে লগে বঙালগাঁৱৰ বোৱাৰী দীতিমনি হাজৰিকাৰ মৃত্যুৱে গতি কৰিছে অত্যাধিক ৰহস্যৰ মাজলৈ। ভোগালী বিহুৰ উৰুকাৰ পুৱতি নিশা স্বামীগৃহৰ শোৱনি কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দীতিমনিৰ
Year: 2023
তিলক প্ৰয়োগ কৰাটো হিন্দু পৰম্পৰাৰ এক বিশেষ অংগ। তিলক সকলো ধৰণৰ পূজা, যজ্ঞ আৰু আচাৰ-ব্যৱহাৰত প্ৰয়োগ কৰা হয়। ইয়াৰ বাহিৰেও যিকোনো শুভ কামৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱাৰ আগতেও তিলক প্ৰয়োগ কৰাটো জৰুৰী। হিন্দু ধৰ্মত তিলক কেৱল কপালতে নহয় ডিঙি, নাভি, পিঠি আৰু বাহুতো প্ৰয়োগ কৰা হয়। কিন্তু কপালৰ বাহিৰে আন
নিউজ ব্যুৰ’,নগাঁও,১৬ জানুৱাৰী:– অসমৰ ভৈয়ামৰ তিৱা জনজাতি লোকসকলৰ সমাজ জীৱনৰ পৰা হেৰাই যাব ধৰা সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিসমূহ জনজাতিটোৰ নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে বিগত ২০০৩ চনৰ পৰা নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াত পহিলা মাঘৰ দিনটোতে তিৱা পিচু (বিহু) উদযাপন কৰি আহিছে বাৰপূজীয়াৰ তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিয়ে । বাৰপূজীয়াৰ ‘৪২ৰ ছহিদ
ৰেফ্ৰিজেৰেটৰ মানুহৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, ই বৰ্তমানৰ ব্যস্ত জীৱনৰ অতি উপযোগী। কিন্তু ইয়াৰ মাজতে এনে কিছুমান ফল আছে যাক কেতিয়াও ফ্ৰিজত ৰাখিব নালাগে, কিয়নো যদি এই ফলবোৰ ফ্ৰিজত ৰখা হয়, তেন্তে এই ফলবোৰৰ পুষ্টি শেষ হ’ব পাৰে। ~ কল কল সাধাৰণতে কোঠালীৰ উষ্ণতাত ৰখা ভাল, যদি
সকলো দেৱী দেৱতাৰ ওচৰত ভাল ভাল বাহন কিন্তু প্ৰথমপূজ্য অৰ্থাৎ সকলো দেৱ-দেৱতাতকৈ আগত পূজা কৰা ভগৱান শ্রী গণেশৰ ওচৰত বাহন ৰূপে এটা সৰু নিগনি কিয়।এক প্ৰচলিত কথা অনুসাৰি,এক আধা ভাগ ভগৱান আৰু এক আধা ভাগ অসুৰ ৰূপৰ নৰকমূৰ্চ আছিল। এবাৰ দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত সকলো মুনিকে নিমন্ত্রণ জনালে।সভাত নৰকমূৰ্চ উপস্থিত আছিল।