Year: 2023

বীৰ হনুমানৰ এঘাৰখন মুখৰ মহত্ব জানো আহক

বীৰ হনুমানৰ এঘাৰখন মুখৰ মহত্ব জানো আহক

১/বীৰ হনুমানৰ প্ৰথম-হনু মুখ= এয়া ৰূপ-শক্ৰৰ পৰা বিজয় পোৱাৰ প্ৰতিক.. ২/দ্বিতীয়তে=প্ৰভূ শ্রী ৰাম.. এই ৰূপে-ভগৱান ৰামৰ শক্তি আৰু আৰ্শীবাদৰ প্ৰতীক.. ৩/তৃতীয়তে=মহাদেৱৰ মুখ.. এই ৰূপে-ভগৱান শিৱৰ আৰ্শীবাদৰ প্ৰতীক।। ৪/চতুৰ্থতে=অগ্নি দেৱ.. এই, ৰূপে-বেমাৰৰ পৰা ৰক্ষা কৰে… ৫/পঞ্চমতে-নাগৰ মুখ.. এই ৰূপে-নাগ ৰু-ভয়ক শেষ কৰে.. ৬/ষষ্ঠতে-গণেশৰ মুখ.. এই, ৰূপে-জ্ঞানৰ প্ৰতিনিধিত্ব কৰে.. ৭/সপ্তমতে-হয়গ্ৰীৱৰ মুখ.. এই,

ৰাহুৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাবলৈ পুৰুষে আজিয়ে ত্যাগ কৰক এই তিনিটা বস্তু

ৰাহুৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাবলৈ পুৰুষে আজিয়ে ত্যাগ কৰক এই তিনিটা বস্তু

পুৰুষে হওক বা নাৰী প্ৰকৃত জীৱনসংগীৰ লগতে দুখন সুখৰ ঘৰৰ সপোন সকলোৱে দেখে।নাৰী এগৰাকীয়ে সন্মানেৰে নিজ শহুৰৰ ঘৰলৈ যোৱাৰ দৰে পুৰুষ এগৰাকীয়েও শহুৰৰ ঘৰৰ পৰা মৰম,চেনেহ আৰু আদৰৰ আশা কৰে।কিন্তু বিপৰীত কালে বিঘিনি মতাৰ দৰে ৰাহু,কেতু আদি গ্ৰহ,নক্ষত্ৰবোৰে কেতিয়া যেন বিপদক হাত-বাউলি দিয়ে এজনেও উম-ঘাম নাপায়।তদুপৰি সংসাৰিক জীৱনৰ অৱনতিৰ একমাত্ৰ

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক অনুসূচিত ব’ৰ্ডৰ অনুশীলন বহী বিতৰণ

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক অনুসূচিত ব’ৰ্ডৰ অনুশীলন বহী বিতৰণ

নিউজ ব্যুৰ’,নগাঁও,১০জানুৱাৰী: নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ উদ্যোগত মংগলবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুশীলন বহী বিতৰণ কৰা হয় । এই উপলক্ষে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এটি অনুষ্ঠানত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নৰেন দাস,ব’ৰ্ডৰ পৰিদৰ্শক অভিজিৎ ফুকন,ব’ৰ্ডৰ সদস্যত্ৰয় নৱ জ্যোতি দাস,অৰুণ বণিয়া আৰু অনুপম

যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ

যি পিতৃ–মাতৃয়ে ১০ টকাও ছাত্র–ছাত্রীৰ বাবে খৰচ কৰিব নোৱাৰে, মই ক’ম যে সেই পিতৃ–মাতৃৰ মতলব বেলেগ

ৰাজ্যৰ আদর্শ বিদ্যালয়সমূহত প্রতিমাহে ৩০০ টকাকৈ প্রতিগৰাকী শিক্ষার্থীৰ বিপৰীতে মাচুল নির্ধাৰণক কেন্দ্র কৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে আজি ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হ’লেও মাচুল আদায়ক লৈ শিক্ষামন্ত্রীগৰাকীয়ে একপ্রকাৰ কঠোৰ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হয়৷