“আমাৰ এটাই উদ্দেশ্য। আমি বিজেপিক অসমৰ পৰা বিদায় দিব লাগে; বাকী ভাৰতবৰ্ষত কি হৈ আছে আমি নাজানোঁ। যদি কংগ্ৰেছে বিদায় কৰিব লাগে কয় তেতিয়া সকলোৱে এক হৈ যাব। ন’হলে সকলোৱে বেলেগ বেলেগ হৈ থাকিব; বিজেপিক ৱাক অ’ভাৰ দিব।” এই ভাষ্য ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ
Year: 2023
এগৰাকী অধ্যয়নৰত ছাত্ৰী অপহৰণ হোৱা ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ লগতে ঢকুৱাখানাত। ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত ছল্ট ব্ৰুক একাডেমীৰ এগৰাকী ছাত্ৰী ৭ জানুৱাৰীৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।জানিব পৰামতে লখিমপুৰৰ ঢকুৱাখনাৰ সাপতীয়া অঞ্চলৰ পৰা ৰাজ্যৰ এখন আগশাৰী শিক্ষানুষ্ঠান ডিব্ৰুগড় ছল্টব্ৰক একাডেমীৰ বিজ্ঞান শাখাত প্ৰথম বাৰ্ষিকত অধ্যয়নৰত
– HON’BLE CHIEF MINISTER DR. HIMANTA BISWA SARMA INAUGURATED JIO TRUE 5G IN GUWAHATI – JIO LAUNCHED IT’S TRUE 5G POWERED WI-FI IN KAMAKHYA TEMPLE COMPLEX – ‘JIO WELCOME OFFER’ USERS TO GET UNLIMITED 5G DATA WITH UPTO 1 Gbps SPEEDS – ALL THE CITIES, TOWNS, TEHSILS AND TALUKAS OF
নাজিৰা আৰু শিমলুগুৰি বুথ সমূহক সৰ্বশক্তিকৰণৰ উদ্দেশ্যে নাজিৰাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। নাজিৰা লগতে শিমলুগুৰি বুথ কমিটি সমূহক অধিক শক্তিশালী কৰাৰ লগতে বি. জে.পি দলক নাজিৰাত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আজি নাজিৰাত উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। উক্ত অনুষ্ঠানটিত নাজিৰা তথা শিমলুগুৰি অঞ্চলৰ বুথ কমিটিৰ বিষয়-ববীয়া সকল উপস্থিত থকাৰ লগতে
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা’ৰ ভিতৰচৰাত সৃষ্টি হোৱা বিভিন্ন অৰাজকতাৰ পাছতো দুদিনীয়া বৰ্ণাধ্য কাৰ্যসুচীৰে ওদালগুৰি জিলাৰ হাতীগড় হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয় আছা’ৰ অষ্টম ত্ৰি-বাৰ্ষিক ওদালগুৰি জিলা অধিৱেশন | সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ উপস্থিতিতিত জিলা অধিৱেশনত ওদালগুৰি জিলা সমিতিৰ পুৰণা সমিতি ভংগ কৰি বাবুল পাইকক সভাপতি