*বটা বা শৰাইত তামোল-পান এযোৰ যেন অসমীয়াৰ অনন্য পৰিচয়।গুৱা,তামোল পাণ,খিলি আদি নামেৰে-জনা ই অসমীয়া সমাজৰ এক অপৰিহাৰ্য অংগ। *অসমৰ বহু লোকেই ভাত খাই উঠি-এখন তামোল পাণ নোখোৱাকৈ থাকিব নোঁৱাৰে।তাৰে মাজত আৰু কিছু লোকে আকৌ অত্যাধিক মাত্ৰাত খাই এই মুখৰোচক বিধ। *পাচে এই তামোল পাণ অত্যাধিক খালে-ইয়াৰ ফলত বহু ক্ষতি হব
Year: 2023
নিজৰ তেজৰ সম্পৰ্কৰ ভিতৰত বিয়া কৰাটো সংস্কৃতিৰ (trending) এটা সাধাৰণ প্ৰৱণতা। আপুনি ভাবেনে যে এইটো এনে দম্পতী বা তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ সন্তানৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ? বিভিন্ন অধ্যয়নে প্ৰকাশ কৰিছিল যে পিতৃ-মাতৃৰ পৰা জন্ম হোৱা শিশু যি ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আছিল তেওঁলোকে সম্ভাৱ্য জীৱনৰ বাবে বিপদজনক জন্মগত বিকাৰ থকা সন্তান
দিনৰ ভাগত যেতিয়া লিপ্ষ্টিক লগাব, ছান প্রটেকচন ফেক্টৰ চমুকৈ এছ পি এফ যুক্ত লিপ্ষ্টিকহ ব্যৱহাৰ কৰিব। ভাল কোম্পানীৰ লিপষ্টিক, লিপবাম, লিপপেঞ্চিল ব্যৱহাৰ কৰিব লাগে। শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয়। ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখা দৰকাৰ। শীতকাল আৰু ভৰিৰ গেৰুৱা ফটা এটা
যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে। যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন
মূলা সাধাৰণতে-পূণপতীয়াকৈ বা চালাডৰ ৰূপত খোৱা হয়।মূলাত পুষ্টিকৰ উপাদানৰ অভাৱ নাই।যদি আপুনি মূলা খায়-তেন্তে-শৰীৰত ভিটামিন-এ,ভিটামিন চি,আইৰণ,কেলছিয়াম আৰু ফছফৰাছ পোৱা যায়।যিবোৰ আমাৰ স্থাস্ব্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-যেতিয়া শীতকাল আহে-তেতিয়াই সংক্ৰমণৰ সম্ভাৱনা পূৰ্বতকৈ অধিক বৃদ্ধি পায়।যদি আমাৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা ভাল হয়-তেন্তে আমি সংক্ৰমণৰ পৰা হাত সাৰিব পাৰোঁ।সেইবাবে-দৈনিক মূলা