শীতকাল মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ ফলত শৰীৰ সহজে বহুতো ৰোগত আক্রান্ত হোৱা দেখা যায়। এই ঋতুত, মানুহে নিজৰ আহাৰৰ প্ৰতি যথেষ্ট মনোযোগ দিব লাগে। এই ঋতুত, মানুহে ভুলতো কেইবিধমান বস্তু খাব নালাগে, যিয়ে কলেষ্টেৰল বৃদ্ধিৰ লগতে হৃদৰোগৰ কাৰণ হ’ব পাৰে। • শীতকালত এই বস্তুবোৰ খাব নালাগেঃ
Year: 2023
যিসকলে নিৰামিষ আহাৰ গ্ৰহণ কৰে, তেওঁলোকৰ বাবে দাইল হৈছে প্ৰ’টিনৰ মুখ্য উৎস আৰু আহাৰ। দাইল শৰীৰৰ বাবে অতি উপকাৰী, ইয়াৰ জৰিয়তে বহুতো ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। কিন্তু, কেতিয়াবা অত্যাধিক দাইল খোৱাৰ ফলতো স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। • অত্যাধিক দাইল খোৱাৰ ফলত হ’ব পৰা সমস্যাসমূহঃ ~ ওজন বৃদ্ধি হ’ব
টিভি জগতৰ অভিনেত্ৰী তানুসা শৰ্মাৰ শেহতীয়াকৈ হোৱা মৃত্যুত সকলোৱে হতবাক হৈ পৰিছে। এতিয়া বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটেও এই সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ অলপতে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত তানুসাৰ মৃত্যুৰ বিষয়ে মতামত ভাগ বতৰা কৰিছে। বিগত ২৪ ডিচেম্বৰত তানুসাক তেওঁৰ টিভি অনুষ্ঠান ‘আলিবাবা: দাস্তান-ই-কাবুল’ৰ ছেটত মৃত অৱস্থাত পোৱা গৈছিল। বৰ্তমান,
শুকান, ৰুক্ষ ছালখন মইশ্ব’ৰাইজ কৰিবলৈ গ্লিচাৰিনে অতি উত্তম কাম কৰে। এই উপাদানে ছালৰ শুকানতা নিমিষতে আঁতৰাই পেলায়। এই কাৰণেই শীতকালত গ্লিচাৰিনৰ ব্যৱহাৰ বৃদ্ধি পায়। কিন্তু বহুতে হয়তো নাজানে যে ছালৰ যত্নত গ্লিচাৰিন কিমান উপযোগী। বহুতৰে ভুল ধাৰণা আছে যে গ্লিচাৰিন ব্যৱহাৰ কৰিলে ছালখন ক’লা বা ৰুক্ষ হৈ পৰে! আচলতে এই
জ্যোতিষ শাস্ত্রে মুট ২৭ টা নক্ষত্র, ৯ টা গ্রহ, আৰু ১২ টা ৰাশিৰ কথা উল্লেখ কৰা হৈছে। বেলেগ বেলেগ ৰাশিৰ ওপৰত বেলেগ বেলেগ দেৱ দেবিৰ আশীর্বাদ থাকে, আজি আমি কথা পাতিম মা লক্ষ্মীৰ আশীর্বাদ কোন কোন ৰাশিৰ ওপৰত থাকে সেয়েহে সম্পূর্ণ পঢ়িব… মিথুন ৰাশি : জ্যোতিষ শাস্ত্রে মিথুন ৰাশিৰ অধিপতি