সূৰ্যৰ উপাসনা কৰা ছট পূজাৰ অতি গুৰুত্ব আছে। ভগৱান সূৰ্য্য আৰু মাতৃ ছঠীক উপাসনা কৰা হয় ছট পূজাত। চাৰিদিনীয়া এই উৎসৱ কালি অৰ্থাৎ ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। এই ছট উৎসৱৰ অন্ত পৰে ভগৱান সূৰ্য্যক অৰ্ঘ্য প্ৰদান কৰি। জ্যোতিষৰ হিচাপ অনুসৰি ছট উৎসৱ উপলক্ষে এক আচৰিত কাকতলীয়া ঘটনা সংঘটিত হৈছে।
Year: 2023
যিকোনো সময়তে ভয়াৱহ ৰূপ ধাৰণ কৰা এক অন্যতম শাৰিৰীক সমস্যা হৈছে প্ৰস্ৰাৱৰ সংক্ৰমণ। কেৱল প্ৰাপ্তবয়স্ক তথা বৃদ্ধসকলৰেই নহয়, শিশুৰো হ’ব পাৰে এই সংক্ৰমণ। প্ৰস্ৰাৱৰ সংক্ৰমণক মূত্ৰাশয়ৰ সংক্ৰমণ বুলিও কোৱা হয়। বিশেষজ্ঞসকলৰ মতে, যদি মূত্ৰাশয়ৰ যিকোনো অংশত সংক্ৰমণ হয়, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আৰু বিষ হ’ব পাৰে। শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়
শৰীৰটোক বেমাৰ-আজাৰৰ পৰা বচাই ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো খুবেই জৰুৰী।বিশেষকৈ ফল, শাক-পাচলিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে। সেয়েহে, বিশেষজ্ঞসকলে বতৰৰ ফল আৰু পাচলি খোৱাৰ পৰামৰ্শ দিয়ে। বতৰৰ ফলৰ বিষয়ে ক’লে, এতিয়া কমলাৰ বতৰ। কমলাৰ ৰসে শৰীৰক বহুতো উপকাৰ সাধন কৰে। কমলাৰ ৰস খালে ৰোগ
শৰীৰত পুষ্টিৰ অভাৱ হ’লে বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে।শৰীৰৰ লাগতিয়াল পুষ্টিৰ অন্যতম হৈছে আইৰণ।আইৰণ হৈছে এক অতি অত্যাৱশ্যকীয় পুষ্টি, যিয়ে সমগ্ৰ শৰীৰত অক্সিজেন যোগান ধৰাৰ কাম কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আইৰণক হিম’গ্ল’বিনৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। ইয়াৰ অভাৱৰ বাবে লোহিত ৰক্ত কণিকা গঠন নহয়। লোহিত ৰক্ত কণিকাৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল লাভ জেহাদৰ ঘটনা। মহানগৰ আৰক্ষীয়ে লাভ জেহাদৰ বলি হোৱা ২ কিশোৰীসহ আটক কৰিছে ২ অভিযুক্ত যুৱকক। গুৱাহাটী কলেজৰ সমীপৰ পৰা আটাইকে গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। জানিব পৰা মতে, নাম সলনি কৰি মুছলমান যুৱক ২জনে পলুৱাই নিছিল হিন্দু যুৱতী দুগৰাকীক। প্ৰায় ৬মাহ পূৰ্বে কিশোৰী ২গৰাকীক ভুৱা