Year: 2023

জুৰীয়াত অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ জিলা অধিবেশন: নগাঁও জিলা সমিতি গঠন

জুৰীয়াত অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ জিলা অধিবেশন: নগাঁও জিলা সমিতি গঠন

অসম গণ পৰিষদৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নগাঁও জিলা সমিতি খন আজি গঠন কৰা হয়। জিলা খনৰ অধীনস্থ সাতটা বিধানসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদৰ পৰা পাচ গৰাকী সদস্যৰ অন্তৰ্ভুক্তি ৰে জিলা সমিতি খন গঠন কৰা হয় । ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠনৰ উদ্দেশ্যে আজি জুৰীয়াৰ দগাওঁ আঞ্চলিক মহিলা সমিতিৰ অস্থায়ী

আলফা নেতৃত্ব–মধ্যস্থতাকাৰীৰ মাৰাথন বৈঠক; দিল্লীত ১২ দফীয়া শান্তি চুক্তি চূড়ান্ত

আলফা নেতৃত্ব–মধ্যস্থতাকাৰীৰ মাৰাথন বৈঠক; দিল্লীত ১২ দফীয়া শান্তি চুক্তি চূড়ান্ত

দুচকুত স্বাধীন অসমৰ সপোন আঁকি লৈ সশস্ত্র সংগ্রামৰ পথ বাছি লোৱাৰ পাছত আলোচনাৰ মেজলৈ উভতি অহা সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ সৈতে সম্পাদিত হ’বলগীয়া চুক্তিক লৈ চৌদিশে সৃষ্টি হৈছে তীব্র উৎকণ্ঠা৷ দীর্ঘদিনীয়া আলোচনা প্রক্রিয়াৰ অন্তত স্বাক্ষৰ হ’বলগীয়া এই বহুপ্রতীক্ষিত চুক্তিক চূড়ান্ত ৰূপ দিয়াৰ বাবে দিল্লীত বাহৰ পাতিছে সংগঠনটোৰ শীর্ষ নেতৃত্ব৷

জাংক ফুড ভালপোৱা সকল সাৱধান হওক…

জাংক ফুড ভালপোৱা সকল সাৱধান হওক…

জাংক ফুডে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ সেৱনৰ ফলত দীৰ্ঘদিনীয়া ৰোগ, হৃদযন্ত্ৰৰ গুৰুতৰ ৰোগ আৰু মেদবহুলতাৰ আশংকা থাকে। আমাৰ শৰীৰে এনে খাদ্যক ট্ৰাইগ্লিচাৰাইডলৈ ৰূপান্তৰিত কৰে।জাংক ফুডৰ প্ৰতি সকলোৱে অতি আকৰ্ষিত। বিশেষকৈ শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে জাংক ফুড প্ৰথম পছন্দ। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আমাৰ শৰীৰে জাংক ফুড বা পেক

শীতকালত কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণ…

শীতকালত কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণ…

আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে। কিন্তু আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ এবিধ পাচলি। কেৱল ভিটামিন ‘চিয়েই নহয়, ইয়াত ভিটামিন “বি৬“, ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম

মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ফেচবুক লাইভ, আনিলে ডাঙৰ অভিযোগ!

মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ফেচবুক লাইভ, আনিলে ডাঙৰ অভিযোগ!

মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ডাঙৰ অভিযোগ। নিশা প্ৰায় ২ বজাত ফেচবুক লাইভযোগে ডাঙৰ অভিযোগ উত্থাপন কৰিলে অভিনেত্ৰীগৰাকীয়ে। আন কাৰো বিৰুদ্ধে নহয়, অভিনেত্ৰীগৰাকীয়ে চুক্তিবদ্ধ হৈ থকা অভিনন্দন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে অভিনেত্ৰীগৰাকীয়ে উজাৰিলে ক্ষোভ। ফেচবুক লাইভত অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, বৰপেটা জিলাত চলি থকা থিয়েটাৰৰ দৰ্শনীৰ পিছতে প্ৰযোজকে তেওঁক প্ৰাপ্য মাননী আদায় দিয়াৰ