অসম গণ পৰিষদৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নগাঁও জিলা সমিতি খন আজি গঠন কৰা হয়। জিলা খনৰ অধীনস্থ সাতটা বিধানসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদৰ পৰা পাচ গৰাকী সদস্যৰ অন্তৰ্ভুক্তি
Year: 2023
দুচকুত স্বাধীন অসমৰ সপোন আঁকি লৈ সশস্ত্র সংগ্রামৰ পথ বাছি লোৱাৰ পাছত আলোচনাৰ মেজলৈ উভতি অহা সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ সৈতে সম্পাদিত হ’বলগীয়া চুক্তিক লৈ চৌদিশে সৃষ্টি হৈছে তীব্র
জাংক ফুডে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ সেৱনৰ ফলত দীৰ্ঘদিনীয়া ৰোগ, হৃদযন্ত্ৰৰ গুৰুতৰ ৰোগ আৰু মেদবহুলতাৰ আশংকা থাকে। আমাৰ শৰীৰে এনে খাদ্যক ট্ৰাইগ্লিচাৰাইডলৈ ৰূপান্তৰিত কৰে।জাংক ফুডৰ প্ৰতি সকলোৱে
আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে। কিন্তু আপোনালোকে জানেনে, কেঁচা
মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ডাঙৰ অভিযোগ। নিশা প্ৰায় ২ বজাত ফেচবুক লাইভযোগে ডাঙৰ অভিযোগ উত্থাপন কৰিলে অভিনেত্ৰীগৰাকীয়ে। আন কাৰো বিৰুদ্ধে নহয়, অভিনেত্ৰীগৰাকীয়ে চুক্তিবদ্ধ হৈ থকা অভিনন্দন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে অভিনেত্ৰীগৰাকীয়ে