মহানগৰীৰ বামুণীমৈদামৰ চুইপাৰপত্রীত ধৰ্ষণকাণ্ড। দিন দুপৰতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। এগৰাকী ১০-১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ মাতৃৰ। অভিযোগ অনুসৰি, কিশোৰীগৰাকীৰ মাক-দেউতাৰ কৰ্মসূত্ৰে ওলাই গৈছিল ঘৰৰ পৰা। মালিকৰ ঘৰত থৈ গৈছিল কিশোৰীগৰাকীক। ঘৰত কোনো নথকাৰ চলেৰে ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ। ভাৰাঘৰৰ মালিক ৰাকেশ বাস্পেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ
Year: 2023
দৰঙৰ বানেকুছিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ছিপাঝাৰৰ বানেকুছি গাঁৱৰ এজন লোকৰ শৌচাগাৰৰ টেংকিত অচিনাক্ত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে। জানিব পৰা মতে, গাঁওখনৰ কিশোৰ কলিতা নামৰ লোকৰ ঘৰৰ শৌচালয়ৰ টেংকিত অৰ্ধগলিত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত মৃতদেহটো প্ৰত্যক্ষ
HSLC অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী সলনি হ’ব। সীমিত বন্ধৰ বাবে দুটা মুখ্য বিষয় আৰু দুটা ঐশ্চিক বিষয়ৰ পৰীক্ষাৰ সময় সলনি কৰা হৈছে। ছেবাই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। ২০২৪ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা HSLC পৰীক্ষাৰ চাৰিটাকৈ বিষয়ৰ পৰীক্ষাৰ সময়ত কিছু সাল–সলনি কৰা হৈছে। অহা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব
এদিনীয়া ক্ৰিকেটত অনন্য অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী। শচীন তেণ্ডুলকাৰৰ শতৰানৰ অভিলেখ ভংগ কৰিলে কিং কোহলীয়ে। এদিনীয়াত সৰ্বাধিক শতকৰ অভিলেখ বিৰাটৰ। এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীৰ এয়া ৫০সংখ্যক শতৰান। উল্লেখযোগ্য যে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত এই কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলী। আজিৰ খেলখনত শতৰান অৰ্জন কৰি বেটিং কৰি
The 3rd Semester Students of Centre for Studies in Journalism and Mass Communication, Dibrugarh University organized an Awareness Campaign on Elimination of Violence Against Women “ament fe” at Dibrugarh University Model School. Dibrugarh, November 14, 2023: In a proactive move towards creating a safer and more informed community the third