কোকৰাঝাৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।এনডিএৰ পৰিকল্পনাত চেঁচাপানী ঢালি হাগ্ৰামা মহিলাৰীৰ ঘোষণা। তেওঁ কয় যে, দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে দিব নিজাববীয়া প্ৰাৰ্থী। দুয়োটা সমষ্টিতে জিকিব বিপিএফ। বিপিএফ
Year: 2023
উত্তৰাখণ্ডত ১২ নৱেম্বৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ফলত সুৰংগ পথৰ ভিতৰত আবদ্ধ হৈ পৰিছিল প্ৰায় ৪০ গৰাকীকৈ শ্ৰমিক। সেই শ্ৰমিকসকলৰ ভিতৰত অসমৰো ২জন লোক আৱদ্ধ হৈ আছে । শ্ৰমিক ২জন
আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে শিশু দিৱস। সৰ্বপল্লী ৰাধাকৃষ্ণণক সুঁৱৰি পালন কৰিছে এই শিশু দিৱস। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা। এইবাৰ মহানগৰীত পকেট মাৰৰ ৰূপত ঘূৰি
মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি চহৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডৰ শংকৰ নগৰত সংঘটিত হয় এক ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে এগৰাকী মহিলা নিহত হোৱাৰ লগতে
দৰঙৰ বানেকুছিত চাঞ্চল্য ৷গাঁওখনৰ কলিতা পাৰা চুবুৰীৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ অৰ্ধগলিত যুৱতীৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহটো