Year: 2023

দিছপুৰ থানাত ৰাছিয়ান আলহী,লগত লৈ আহিছে প্ৰৱঞ্চনাৰ কাহিনী

দিছপুৰ থানাত ৰাছিয়ান আলহী,লগত লৈ আহিছে প্ৰৱঞ্চনাৰ কাহিনী

গুৱাহাটী মহানগৰীত এজন ৰাছিয়ান যুৱকৰ লটিঘটি। প্ৰৱঞ্চনাৰ জালত পৰা যুৱকজনে আৰক্ষীক অভিযোগ দিবলৈ গৈ নিজেই চপাই ল’লে বিপদ! আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, কলকাতালৈ বিশ্বকাপ ক্ৰিকেট চাবলৈ যোৱা ডিব্ৰুগড়ৰ আশিস শৰ্মা নামৰ যুৱকজনৰ সৈতে চিনাকি হৈছিল ৰাছিয়াৰ যুৱক আলেকজেণ্ডাৰৰ। কলকাতা ৰে’ল ষ্টেচনত চিনাকি

গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা মহিলাক

গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা মহিলাক

ডিজিটেল ডেস্কঃ গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা কৰা হ’ল এগৰাকী মহিলাক। গোসাঁইগাঁৱৰ তুলসীবিল থানাৰ অন্তৰ্গত ভোগঝৰা সহৰপুৰ গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। হত্যাৰ বলি হ’ল মাৰ্ছিলা মুৰ্মূ নামৰ মহিলাগৰাকী। মহিলাগৰাকী সহৰপুৰৰ নিবাসী বুলি জানিব পৰা গৈছে। জানিব পৰামতে, এই হত্যাৰ সৈতে জড়িত লোকজনক ইতিমধ্যে কৰায়ত্ত ৰাইজে কৰায়ত্ত কৰিছে। অভিযুক্তজন ২ নম্বৰ

দীপাৱলীৰ সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাসত গুলীচালনা নে আন কিবা!

দীপাৱলীৰ সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাসত গুলীচালনা নে আন কিবা!

দীপাৱলীৰ আনন্দৰ মাজতে সন্ধিয়া ৰাজধানী দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। আজি সন্ধিয়া ৭ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা অনুসৰি, C ব্লকৰ প্ৰথম মহলাত ভাঙিল গ্লাছ। বিধায়ক আৱাসৰ গ্লাছ ভঙা ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য। জানিব পৰা মতে, বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰত্যক্ষ কৰে ঘটনাটো। উক্ত বিধায়কৰ আৱাসটোত

ব্যৱসায় আৰু সন্মান বৃদ্ধি পাব, বিবাহিত জীৱনত সুখ থাকিব, আপোনাৰ দৈনিক ৰাশিফল পঢ়ক

ব্যৱসায় আৰু সন্মান বৃদ্ধি পাব, বিবাহিত জীৱনত সুখ থাকিব, আপোনাৰ দৈনিক ৰাশিফল পঢ়ক

মেষ ৰাশি: আজি আপোনাৰ বিবাহিত জীৱন সুখী হ’ব। আমদানি আৰু ৰপ্তানিৰ লগত জড়িত ব্যৱসায়ীসকলে ব্যৱসায়ত লাভ আৰু সফলতা পাব পাৰে। হেৰুওৱা বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ সৈতে প্ৰেমৰ এক সুখদায়ক অভিজ্ঞতা লাভ কৰিব পাৰিব। অৰ্থনৈতিক লাভ আৰু বাহনৰ সুখ পাব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। বৃষ ৰাশি: আপোনাৰ আজিৰ

গোৱৰ্দ্ধন পূজা কেতিয়া? পূজাৰ পদ্ধতি, শুভ সময় আৰু ইয়াৰ গুৰুত্ব জানো আহক

গোৱৰ্দ্ধন পূজা কেতিয়া? পূজাৰ পদ্ধতি, শুভ সময় আৰু ইয়াৰ গুৰুত্ব জানো আহক

কাতি মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত দীপাৱলীৰ পিছদিনা গোৱৰ্দ্ধন পূজা পালন কৰা হয়। গোৱৰ্দ্ধন পূজাক অন্নকূট বুলিও কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত গোৱৰ্দ্ধন পৰ্বত, ভগৱান শ্ৰীকৃষ্ণ আৰু গৰু পূজা কৰা হয়। এই দিনটোত মানুহে ঘৰৰ চোতালত বা ঘৰৰ বাহিৰত গোৱৰেৰে গোৱৰ্দ্ধন পৰ্বতৰ আকৃতি সাজি পূজা কৰে। লগতে এই