Year: 2023

গুৱাহাটীত পুনৰ হানী ট্ৰেপিং; মহানগৰীৰ দ্বাৰকা নগৰৰ ভাৰাঘৰত চলোৱা হৈছিল এজন যুৱকক লুণ্ঠন

গুৱাহাটীত পুনৰ হানী ট্ৰেপিং; মহানগৰীৰ দ্বাৰকা নগৰৰ ভাৰাঘৰত চলোৱা হৈছিল এজন যুৱকক লুণ্ঠন

মহানগৰীত পুনৰ হানী ট্রেপিং চক্র হাতোৰা ৷ বিজয়নগৰৰ এজন ব্যৱসায়ী যুৱকক প্ৰলোভিত কৰি হানী ট্রেপিং চক্রই লুটিলে ধন ৷ ব্লেকমেইল কৰি যুৱকজনৰ পৰা লুট কৰি নিয়া হ’ল ৩ লাখ ৭১ হাজাৰ টকা ৷ উল্লেখ্য যে, এগৰাকী ছলনাময়ী যুৱতীয়ে প্ৰলোভিত কৰি জালত পেলাইছিল বিজয়নগৰৰ ব্যৱসায়ী যুৱক জনক ৷ ইতিমধ্যে হানী ট্ৰেপিঙৰ

ওদালগুৰিত মেধিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড

ওদালগুৰিত মেধিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড

এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে বিটি আৰৰ ওদালগুৰিৰ মেধিপাৰাত ৷ কাঠ কটা মেচিনেৰে নৃশংসভাৱে এটি ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই লোমহৰ্ষক হত্যাৰ প্ৰত্যক্ষদৰ্শী এটি কণমানি কিশোৰীয়ে সমস্ত ঘটনা বিৱৰণ দাঙি ধৰিছে ৷ যি কথা শুনিলে আপুনিও কপি উঠিব । এই ঘটনাৰ স্থান ওদালগুৰি

পথাৰৰ মাজত হাত,ভৰি বন্ধা অৱস্থাত উদ্ধাৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী

পথাৰৰ মাজত হাত,ভৰি বন্ধা অৱস্থাত উদ্ধাৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী

কোকৰাঝাৰৰ নয়াছৰাত ভয়ংকৰ কাণ্ড ৷ পথাৰৰ মাজত হাত,ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ১৫ বছৰীয়া কিশোৰী ৷ মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা কিশোৰী গৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইতিমধ্যে কিছু সুস্থ অনুভৱ কৰা কিশোৰী গৰাকীয়ে সদৰি কৰা মতে,তেওঁক নিজ বাসগৃহ পৰা ছামিনুৰ ইছলাম নামৰ যুৱকজনে অপহৰণ কৰি

অসমৰ ক্ৰীড়া বিজ্ঞানীয়ে উদ্ভাৱন কৰা টাইমাৰলৈ পেটেণ্ট

অসমৰ ক্ৰীড়া বিজ্ঞানীয়ে উদ্ভাৱন কৰা টাইমাৰলৈ পেটেণ্ট

স্প্ৰিণ্ট কুইন হিচাপে পৰিচিত দেশৰ দৌৰৰাণী পি টি ঊষাই ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকত ৪০০ মিটাৰ হাৰ্ডলছত ঘড়ীৰ কাটাত এক ছেকেণ্ডৰ এশ ভাগৰ এভাগৰ হেৰফেৰ হোৱাৰ বাবে ব্ৰঞ্জৰ পদক হেৰুৱাবলগীয়া হৈছিল৷ সেই সময়ত এথলেটিক্‌ছ ট্ৰেকৰ টাইম কিপিং ডিভাইচক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও এইবাৰ অসমৰ এজন বিজ্ঞানীৰ উদ্ভাৱনীমূলক প্লিট স্প্ৰিণ্ট

অস্বাভাৱিক হাৰত কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ স্তব্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

অস্বাভাৱিক হাৰত কমিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ স্তব্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

বর্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ ফলত বাধাগ্রস্ত অসমৰ আৰু বাংলাদেশৰ মাজৰ আন্তঃৰাষ্ট্রীয় বাণিজ্য। ব্ৰহ্মপুত্ৰৰ জলস্তৰ এনেদৰে হ্রাস পোৱাৰ পাছত ধুবুৰীৰ বন্দৰত বিগত ৯ দিনে আৱদ্ধ হৈ আছে বাংলাদেশৰ ৫খনকৈ মালবাহী জাহাজৰ লগতে ইয়াত থকা ২০জন বাংলাদেশী নাবিকসহ জাহাজৰ কৰ্মীসকল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণে বর্তমান ব্রহ্মপুত্র ড্রেজাৰেৰে