Year: 2023

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বক্ষত নিখোজ ভাই-ককাই

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বক্ষত নিখোজ ভাই-ককাই

ডিব্ৰুগড়ৰ মোহনাঘাটত শোকাবহ দুখজনক ঘটনা। নিজ মাতৃৰ শ্ৰাদ্ধৰ পিণ্ড দিবলৈ গৈ দুই ভাই-ককাইৰ মৃত্যু। ব্ৰহ্মপুত্ৰত পিণ্ড দিবলৈ গৈ ডিব্ৰুগড় চহৰৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ দুই যুৱক। চহৰৰ আমোলাপট্টী চাৰিআলিৰ সমীপৰ আছিল দুয়োজন যুৱক। ঘটনাস্থলীত এছ ডি আৰ এফ উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে যদিও অনন্ত কাকতি আৰু দিগন্ত কাকতিৰ কোনো

ৰীল বনাই নিলম্বন মহিলা আৰক্ষী বিষয়া

ৰীল বনাই নিলম্বন মহিলা আৰক্ষী বিষয়া

ৰীল বনাই বিপদত পৰিল এগৰাকী মহিলা আৰক্ষীকৰ্মী। আৰক্ষীৰ পোছাকত বনোৱা ভিডিঅ’ জ্যেষ্ঠ আৰক্ষীৰ চকুত পৰা লগে লগে ল’লে এক্সন। আৰক্ষী অধীক্ষকে মহিলা আৰক্ষী বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে। এই ঘটনা উত্তৰ প্ৰদেশক কাছগঞ্জৰ বুলি জানিব পৰা গৈছে। মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম আৰতী ছোলংকী বুলি জানিব পৰা গৈছে।আৰতীয়ে আৰক্ষীৰ