আজিৰ আধুনিক নাৰীয়ে লিপষ্টিকৰ কথা বাদ সৌন্দৰ্যচৰ্চাৰ কথা ভাবিবই নোৱাৰে। লিপষ্টিক, লিপ মজ, লিপবাম আদি নানা ৰকমৰ সামগ্ৰী নাৰীৰ ওষ্ঠ চৰ্চাৰ অন্যতম উপকৰণ। কিন্তু এইবোৰৰ ব্যৱহাৰৰ পাছতো অসংখ্য নাৰীয়ে জীৱনত বা কর্মক্ষেত্ৰত আগস্থান দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু সমস্যা হৈছে, এইবোৰ সামগ্ৰীৰ দ্বাৰা ৰূপচৰ্চা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সমস্যা সৃষ্টি
Year: 2023
Puffed rice : * মেদবহুল লোকৰ বাবে মুড়ি ভাতৰ তুলনাত উপকাৰী। * একাপ মূড়িত সাধাৰণতে ৪০-৪৬ কিলো কেলৰি পোৱা যায়। এনে কেলৰি আন কোনো এবাৰতে পেটভৰা খাদ্যত পোৱা নাযায়। * মূড়ি খালে এচিডিটি আদিৰ সমস্যাই গা কৰি নুঠে । *বদহজম হোৱাৰো শংকা নাথাকে? ইৰিটেবল বাৱেল ছিণ্ড’মত আক্রান্ত সকলৰ বাবে মূড়ি
ডায়েবেটিচ এটা ঘাতক ৰোগ । এই ৰোগৰ কোনো প্ৰতিষেধক নাই । কিছুমান আয়ুৰ্বেদিক তথা ঘৰুৱা পদ্ধতিৰে এই ৰোগৰ পৰা বাচি থকাৰ উপায় আছে । এজন ডায়েবেটিচ ৰোগীয়ে খুব সাৱধানে খাদ্যতালিকা প্ৰস্তুত কৰিব লাগে । কোনো কোনোৱে বিশ্বাস কৰে যে ,নহৰুৱে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে । ডায়েবেটিচ ৰোগীয়ে
খাদ্যৰ স্বাদ বঢ়োৱাৰ ক্ষেত্ৰত নহৰুৰ আছে অপৰিসীম ক্ষমতা । কিন্তু নহৰুৰ বাকলি গুচাবলৈ সততে মানুহে আমনি পায় । আচলতে নহৰুৰ বাকলি গুচাবলৈ বহুত সময়ৰ প্ৰয়োজন হয় । সেয়েহে আজি নহৰুৰ বাকলি সহজে গুচোৱাৰ কেইটামান সহজ উপায়ৰ কথা উল্লেখ কৰিম । ১/ এটা পাত্ৰত গৰম পানী লৈ নহৰুখিনি তাতে দি দিব
হাঁচিৰ সমস্যা থাকিলে নহৰুৰ দ্বাৰাও উপকাৰ পাব। এলাৰ্জিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে নহৰুৰ বিকল্প নাই। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ঠাণ্ডা লাগিয়ে হওক, এলাৰ্জিৰ পৰাই হওক বা কোনো গোন্ধৰ কাৰণেই হওক, হাঁচি অতি সাধাৰণ এক বিষয়। কিন্তু বহুতৰ ক্ষেত্ৰতে দেখা যায় যে এবাৰ হাঁচি আৰম্ভ হ’লে ৰখাৰ নামেই নলয়