Year: 2023

শিক্ষা বিভাগত ১০ হাজাৰ চাকৰি! TET উত্তীৰ্ণসকলৰ বাবে আহিব নেকি ভাল খবৰ?

শিক্ষা বিভাগত ১০ হাজাৰ চাকৰি! TET উত্তীৰ্ণসকলৰ বাবে আহিব নেকি ভাল খবৰ?

শিক্ষিত নিবনুৱাসকলৰ বাবে ভাল খবৰ। আকৌ ওলাইছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন। আজিৰে পৰা ১২৬০০ চৰকাৰী পদৰ বাবে প্ৰকাশ পাইছে বিজ্ঞাপন। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন। ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ ৭৬০০টা পদ আৰু চতুৰ্থ বৰ্গৰ বাবে আছে ৫০০০ পদ। টুইটাৰযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়

দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙাত মুকলি হ’ল হাতী ছাফাৰি

দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙাত মুকলি হ’ল হাতী ছাফাৰি

কাজিৰঙাত পৰ্যটকৰ বাবে পুনৰ হাতী ছাফাৰি মুকলি কৰা হৈছে। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি কৰে। পুৱা ৬ বজাত দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত পৰম্পৰাগত হস্তী পূজা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে উদ্যানৰ সঞ্চালক সোণালী ঘোষে ছাফাৰি মুকলি কৰে। বহিঃৰাষ্ট্ৰ কানাডাৰ লগতে

আকৌ বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম , প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০১.৫০ টকাকৈ বৃদ্ধি

আকৌ বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম , প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০১.৫০ টকাকৈ বৃদ্ধি

আজি সমগ্ৰ দেশতে কৰৱা চৌথ ব্ৰত উদযাপন কৰা হৈছে। উৎসৱৰ বতৰত গুৱাহাটীকে ধৰি সমগ্ৰ দেশতে LPGৰ মূল্য বৃদ্ধি পাইছে। জানিব পৰা মতে, গুৱাহাটীত ১৯ কিলোগ্ৰাম বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১০৩ টকা বৃদ্ধি পাইছে। আজি ১ নৱেম্বৰৰ পৰা LPGৰ মূল্য বৃদ্ধি হোৱাৰ ফলত গুৱাহাটীত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ২,০৩৫ টকা হৈছে।

কংগনাৰ ‘তেজস্ব’ চাই কান্দিলে যোগী আদিত্য নাথে

কংগনাৰ ‘তেজস্ব’ চাই কান্দিলে যোগী আদিত্য নাথে

কংগনা ৰণাৱতৰ ‘তেজস্ব’ মুক্তি লাভ কৰাৰ পাছতে দৰ্শকৰ সহাৰি আশানুৰূপ হোৱা নাই। যাৰ বাবে কংগনাই হাতজোৰ কৰি দৰ্শকক ছবিগৃহলৈ আহি ছবিখন চাবলৈ অনুৰোধ জনাইছে। তাৰ মাজতে অৱশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে উপভোগ কৰিলে এই চিনেমাখন। মঙ্গলবাৰে ছবিখন চাই মুখ্যমন্ত্ৰীগৰাকীৰ হেনো নিগৰিল চকুলো। ৩১ অক্টোবৰত কংগনাই তেওঁৰ এই ছবিখন

এইবছৰ ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ? কিমান সময় থাকিব স্বৰ্ণ ক্ৰয়ৰ শুভ মুহূৰ্ত?

এইবছৰ ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ? কিমান সময় থাকিব স্বৰ্ণ ক্ৰয়ৰ শুভ মুহূৰ্ত?

দুৰ্গা পূজা, লক্ষ্মী পূজা শেষ হোৱাৰ পিছতেই সমগ্ৰ দেশতে আৰম্ভ হৈছে দীপাৱলীৰ কাউণ্টডাউন। উৎসৱৰ বতৰে এতিয়া অপেক্ষা কৰি আছে কালী পূজা, দীপাৱলী আৰু ভাইফোঁটালৈ। আহিন আৰু কাতি মাহৰ উৎসৱৰ আশে-পাশে দেশৰ বিভিন্ন প্ৰান্ত সাজি-কাচি তোলা হয়। এইবাৰো কালী পূজা ২০২৩ৰ আশে-পাশে এক উৎসৱমুখৰ পৰিৱেশ। তাৰ আগতে এইবাৰ ধনতেৰাচ কেতিয়া পৰে