Year: 2023

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত নৰেন্দ্ৰ মোডী

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত নৰেন্দ্ৰ মোডী

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। গুজৰাটত উপস্থিত হৈ নৰ্মদা নদীৰ ওপৰত নিৰ্মিত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তী ‘ষ্টেচু অৱ ইউনিটিত’ত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে। গুজৰাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। এই উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। দেশৰ সামৰিক বাহিনীৰ তৰফৰ

গোৱালপাৰাৰ ধূপধৰাত ভয়ংকৰ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু বলেৰ’ৰ সংঘৰ্ষ

গোৱালপাৰাৰ ধূপধৰাত ভয়ংকৰ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু বলেৰ’ৰ সংঘৰ্ষ

গোৱালপাৰাৰ ধূপধৰা গুলিয়ানপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ, বলেৰ’ বাহন আৰু স্কুটীৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় বলেৰ’ৰ চালকজন। আনহাতে, গুৰুতৰভাৱে আহত হয় ৬গৰাকী লোক। আহতকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

খেদি খেদি দুই পিষ্টলধাৰী দুৰ্বৃত্তক কৰায়ত্ত কৰিলে আৰক্ষীয়ে, কি পিষ্টল লৈছিল ছফিকুল আৰু মতিউৰে?

খেদি খেদি দুই পিষ্টলধাৰী দুৰ্বৃত্তক কৰায়ত্ত কৰিলে আৰক্ষীয়ে, কি পিষ্টল লৈছিল ছফিকুল আৰু মতিউৰে?

বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সফলতা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথপাৰাত খেদি খেদি আটক কৰে দুজন পিষ্টলধাৰী দুৰ্বৃত্তক। দুৰ্বৃত্ত দুটাৰ পৰা তিনি জাঁই সজীৱ গুলীসহ এটা 7.65 MM পিষ্টল আৰু এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে। বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া ড০ স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত চলিছিল এই অভিযান। পিষ্টলধাৰী দুৰ্বৃত্তক দুজন ক্ৰমে ছফিকুল

সাধাৰণ বুকুৰ বিষ নে হাৰ্ট এটেক? জানি লওক হাৰ্ট এটেকৰ লক্ষণ

সাধাৰণ বুকুৰ বিষ নে হাৰ্ট এটেক? জানি লওক হাৰ্ট এটেকৰ লক্ষণ

হাৰ্ট এটেকৰ সমস্যাৰ বাবে বহুতৰ জীৱনলৈ অকালতে অন্ধকাৰ নামি আহে। বহু ৰোগীয়ে হাৰ্ট এটেকৰ লক্ষণবোৰক প্ৰায়ে বুকুৰ সাধাৰণ বিষ বুলি ভুল কৰে “যিসকল ৰোগীৰ পূৰ্বে হাৰ্ট এটেক হৈছে, তেওঁলোকৰ দ্বিতীয় হাৰ্ট এটেকৰ লক্ষণ দেখা দিয়াৰ সম্ভাৱনা অলপ বেছি।” কিন্তু যিসকলৰ আগতে হৈছে বা যিসকলে হোৱা নাই, তেওঁলোকে দুয়োটা ক্ষেত্ৰতে বুজি

আগন্তুক বৰ্ষত শনিৰ ৰাজযোগ! শনিৰ কৃপাত সমৃদ্ধিশালী হ’ব এই ৩ ৰাশি, হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক বৰ্ষত শনিৰ ৰাজযোগ! শনিৰ কৃপাত সমৃদ্ধিশালী হ’ব এই ৩ ৰাশি, হাতলৈ আহিব প্ৰচুৰ ধন

অহা বছৰ শনি গ্ৰহৰ বহু পৰিৱৰ্তন হ’ব, যাৰ ফলত এই ৩ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত ডাঙৰ লাভ হ’ব ৷ প্রতীকী ছবি ৷ Shani Good Luck Till 2024: ১২টা ৰাশিৰ জীৱনত কম বেছি পৰিমাণে ধুমুহা আহিব, কিন্তু ৩টা ৰাশিৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পৰিব ৷ প্রতীকী ছবি ৷ শনিৰ কৃপাত ২০২৪ চনটো