অনলাইন এপত চাউল, দাইল আদি গেলামালৰ কেইপদমান সামগ্ৰী অৰ্ডাৰ দি অকলশৰে ফ্লেটত অপেক্ষা কৰিছিল মহিলাই। চাহ একাপ খায় মানে সশব্দে বাজি উঠিল ফ্লেটৰ কলিং বেল। হাতত চাহৰ কাপটো লৈয়েই মহিলাই
Year: 2023
আজি পুনৰ এক ভয়াৱহ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। আজি সন্ধিয়া অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰ জিলাত দুখন যাত্ৰীবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে ২০ জনৰো অধিক
ৰাজ্যত অব্যাহত নাৰী সৰবৰাহকাৰী চক্ৰৰ ভয়ংকৰ জাল। বহিঃৰাজ্যলৈ এতিয়াও দৈনিক সৰবৰাহ হৈয়েই আছে অসমৰ যুৱতী-কিশোৰী। কিন্তু কোনে ক`ত কেতিয়া বিক্ৰী কৰে অসমৰ কিশোৰী-মহিলাক ? ইয়াকে লৈ উত্থাপন হয় কেতবোৰ প্ৰশ্ন।
শক্তিপীঠ কামাখ্যাক এইবাৰ কলুষিত কৰিবলৈ চেষ্টা দুৰ্বৃত্তৰ। শনিবাৰে নিশা কামাখ্যা ধামত এক জঘন্য কাণ্ড সংঘটিত হয়। কামাখ্যাৰ VIP পাৰ্কিঙৰ সমীপত এটি শিশুৰ এটা লম্পটৰ কামনাৰ বলি হয়। জানিব পৰা মতে,
শিশু কেনেকুৱা হ’ব সেয়া নিৰ্ভৰ কৰে তেওঁলোকক ঘৰখনে দিয়া সংস্কাৰৰ ওপৰত। যদি শিশুৱে সঠিক সংস্কাৰ নাপায় তেন্তে প্ৰতিবাৰেই তেওঁলোকৰ ভুলৰ বাবে আপোনাক দোষাৰোপ কৰা হ’ব। ভাল কাম কৰিলে প্ৰশংসাও লাভ