Year: 2023

তামুলপুৰত মানৱ সৰবৰাহকাৰী আটক…

তামুলপুৰত মানৱ সৰবৰাহকাৰী আটক…

তামুলপুৰ আৰক্ষীৰ অভিযানত উৎখাট হৈছে বৃহৎ মানৱ সৰবৰহকাৰী চক্ৰ। অৰুণাচলৰ পাপুনপাৰে জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে তামুলপুৰৰ দৰংগামেলাৰ পৰা তিনি বছৰ পূৰ্বে নিৰুদ্দিষ্ট এগৰাকী কিশোৰী। আৰক্ষীয়ে আটক কৰিছে তিনি মানৱ সৰবৰাহকাৰী। আটকাধীন সৰবৰহকাৰী কেইজন ওদালগুৰি জিলাৰ নুনাইবাগানৰ ৰোমিও কন্দাপান (৩২), তামুলপুৰ জিলাৰ গোৰেশ্বৰ গাছবাৰীৰ জিতু শৰ্মা(৪৩) আৰু অৰুণাচলৰ জি ৰোডৰ

নতুন বছৰত এই তিনিটা ৰাশিক টকাৰে ওপচাই পেলাব সূৰ্যপুত্ৰ শনিয়ে..

নতুন বছৰত এই তিনিটা ৰাশিক টকাৰে ওপচাই পেলাব সূৰ্যপুত্ৰ শনিয়ে..

নতুন বছৰত বক্ৰ স্থানত অৱস্থান কৰিব শনিদেৱ। ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব। শনি বক্ৰ অৱস্থাত থকাৰ ফলত ৩ ৰাশিৰ জাতক-জাতিকাসকলৰ উন্নতি অনিবাৰ্য। আগন্তুক বছৰত অৰ্থাৎ ৩০ জুনৰ পৰা ১৫ নৱেম্বৰ ২০২৪লৈ শনি বক্ৰ অৱস্থাত থাকিব। মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল খবৰ আহিব। শনিদেৱৰ বিশেষ কৃপাত জীৱনত প্ৰচূৰ

বশিষ্ঠ মন্দিৰৰ সন্মুখত কিশোৰীক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

বশিষ্ঠ মন্দিৰৰ সন্মুখত কিশোৰীক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে জঘন্য ঘটনা । মহানগৰীৰ বশিষ্ঠ মন্দিৰ চৌহদৰ শৌচাগাৰত এগৰাকী কিশোৰীক এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ধৃত লম্পটটোৰ নাম খনীন কলিতা ।অভিযোগ অনুসৰি শুকুৰবাৰে বশিষ্ঠ মন্দিৰৰ সমীপতে থকা মন্দিৰৰ প্ৰস্ৰাৱগাৰত এগৰাকী কিশোৰীয়ে প্ৰস্ৰাৱ কৰিবলৈ যায় । তেনে সময়তে খনীন কলিতা নামৰ এটা লম্পটে যুৱতীগৰাকীক

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব। অহা ২৭ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়াকৈ মাজুলীত কেবাটাও কাৰ্যসূচীত সৰসংঘচালক গৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ অহা ২৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে বিমানযোগে ডিব্ৰুগড়ত অৱতৰণ কৰি পোনে পোনে মাজুলীত উপস্হিত হ’ব

২০২৪ চনত শনি গ্ৰহই উজ্জ্বল কৰিব এই ৩ ৰাশিৰ সৌভাগ্য!

২০২৪ চনত শনি গ্ৰহই উজ্জ্বল কৰিব এই ৩ ৰাশিৰ সৌভাগ্য!

জ্যোতিষশাস্ত্ৰৰ নিয়ম অনুসৰি শনি যেতিয়া যিকোনো ৰাশিলৈ গতি কৰে তেতিয়া চন্দ্ৰৰ অৱস্থান সেই ৰাশিৰ সৈতে একে হয়। জ্যোতিষশাস্ত্ৰৰ মতে অহা বছৰ অৰ্থাৎ ২০২৪ চনত শনি কুম্ভ ৰাশিত থাকিব। জ্যোতিষশাস্ত্ৰৰ নিয়ম অনুসৰি শনি যেতিয়া যিকোনো ৰাশিলৈ গতি কৰে তেতিয়া চন্দ্ৰৰ অৱস্থান সেই ৰাশিৰ সৈতে একে হয়। মুদগাল জ্যোতিষ কেন্দ্ৰৰ জ্যোতিষী পণ্ডিত