ভগৱান কাল ভৈৰৱ মহাদেৱৰে এক অপাৰ ৰূপ।ভগৱান কাল ভৈৰৱক কলিযুগৰ জাগ্ৰত দেৱতা বুলি মনা যায়। শিৱ পুৰাণত কাল ভৈৰৱৰ উৎপত্তিৰ কথা বৰ্ণনা কৰা হৈছে,শিৱ পুৰাণৰ ৮ নং খণ্ডত কাল ভৈৰৱৰ উৎপত্তিৰ কথা কোৱা হয়। ভগৱান শিৱৰ পৰম ৰূপ ভগৱান কাল ভৈৰৱে হয়। . এসময়ত ব্ৰহ্মা সুমেৰু পৰ্বতত বহি ধ্যানত মগ্ন
Year: 2023
ধাৰ্মিক গ্ৰন্থৰ দ্বাৰা এই কথা জনা হয় যে, সনাতন ধৰ্মত সকলো দেৱী দেৱতাৰে বাহনৰ ৰূপত পশু পখীক আছিল। এই বিষয়ে বহু কথা প্ৰচলিত আছে। প্ৰাণী জগতৰ সৃষ্টি কৰাৰ পাচত এদিন সকলো দেৱী দেৱতাই পৃথিৱীলৈ বিচৰণ কৰিবলৈ আহিল। তেতিয়া সকলো পশু পখীয়ে, তেওঁলোকক পৃথিৱীত ঘূৰি ফুৰি বিচৰণ কৰি ভাগৰুৱা অৱস্থাত পালে
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস। আপোনাক কৰি ৰাখিব পাৰে নিৰোগী ৷ গুৰ বিভিন্ন ক্ষেত্ৰত স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী । গুৰ প্ৰাকৃতিকভাৱে মিঠা আৰু সাধাৰণতে আহাৰ খোৱাৰ পাছত বা চাহৰ লগত গুৰ খোৱা হয় । কুঁহিয়াৰৰ ৰস উতলাই গুৰ তৈয়াৰ কৰা হয় । ভাৰতত ঘৰে ঘৰে ব্যৱহাৰ হয় গুৰ
হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধত ইজৰাইললৈ মুকলি সমৰ্থন আগবঢ়োৱা ভাৰত চৰকাৰে পেলেষ্টাইনলৈ প্ৰেৰণ কৰিছে সাহায্য। ভাৰতৰ এনে মহানুভৱতাক ধন্যবাদ জনাইছে অল ইণ্ডিয়া ছুন্নী জামিয়াতুল উলেমাই। সংগঠনটোৰ সভাপতি মহম্মদ ছৈয়দ নুৰীয়ে পেলেষ্টাইনলৈ সাহায্য প্ৰেৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছে। তেওঁ এক ভিডিঅ’ বাৰ্তাত কয়, মই সুখী অনুভৱ কৰিছো যে,
নিউজ ব্যুৰ’,নগাঁও,২৪অক্টোবৰ:–নগাঁও জিলাৰ ৰাইডঙীয়াৰ শিশু বিকাশৰ বাবে উৎসৰ্গিত সংগঠন ‘বিকাশ”ৰ উদ্যোগত যোৱা ২১ অক্টোবৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বৰগীত কৰ্মশালাৰ সোমবাৰে সফল সামৰণি পৰে। শাৰদীয় পূজাৰ বন্ধৰ সময়চোৱাত অঞ্চলটোৰ বিদ্যাৰ্থীসকলে মহাপুৰুষ দুজনাৰ অনবদ্য অৱদান বৰগীতৰ চৰ্চাৰ মাধ্যমেৰে সাংস্কৃতিক বিকাশৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাখনিত প্ৰশিক্ষণ প্ৰদান কৰে নিৰ্মালী দেৱী বৰাই।