Advertisement

Year: 2023

জানেনে পুৱাৰ আহাৰৰ গুৰুত্ব কিমান !

জানেনে পুৱাৰ আহাৰৰ গুৰুত্ব কিমান !

পুৱা শুই উঠাৰ পাছত প্ৰাতঃকৰ্ম সমাপন কৰাৰ পাছত মানুহৰ ভোক লাগে। কামলৈ ওলাই যোৱা পূর্বে সকলোকে পুৱাৰ আহাৰৰ প্ৰয়োজন। বিশেষজ্ঞৰ মতে,পর্যাপ্ত পৰিমাণৰ পুৱাৰ আহাৰে এজন লোকৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা

মিঠাই খালে ডায়েবেটিছ বৃদ্ধি হয় নে?

মিঠাই খালে ডায়েবেটিছ বৃদ্ধি হয় নে?

আজিকালি প্ৰায়ভাগ লোকেই মিঠাই খাব নোখোজে। কিছুমান লোকে মিঠাই শব্দটো শুনাৰ লগে লগে সাত জাঁপ মাৰে। চাহ দোকানতো বিনা চেনিৰ চাহ বিচৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কম বয়সীয়া

টোপনি নাহে? অন্য ৰোগৰো সংকেত হ’ব পাৰে

টোপনি নাহে? অন্য ৰোগৰো সংকেত হ’ব পাৰে

এজন পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷  কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে

মহানৱমী! আজিৰ বিশেষ ৰাশিফল; আজি ​​কোনে পাব ভাগ্যৰ সহায়?

মহানৱমী! আজিৰ বিশেষ ৰাশিফল; আজি ​​কোনে পাব ভাগ্যৰ সহায়?

আজি ​​মহানৱমী। আজি ​​কোনে পাব ভাগ্যৰ সহায়? শুভবাৰ্ত্তালৈ কোন আহিব পাৰে? মহানৱমী কাৰ বাবে মহান হ’ব? ১২টা ৰাশিৰ ৰাশিফল ​​জানি লওক। মেষ ৰাশিঃ আজি খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। অভাৱনীয়

ABMSUৰ সভাপতি টাইচন হুছেইনৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ..

ABMSUৰ সভাপতি টাইচন হুছেইনৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ..

তামুলপুৰ জিলাৰ দাৰকুছিত যোৱা নিশা একাংশ বেঙ্গলী সম্প্ৰদায়ৰ যুৱকে জয় শ্ৰী ৰাম ধ্বনি দি এবিএমছুৰ দুটাকৈ কাৰ্য্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ দাৰকুছিৰ বাসগৃহত আক্ৰমণ কৰি