উত্তৰ-পূবৰ ভিতৰতে দ্বিতীয়খন দীঘলীয়া উৰণীয়া সেতু হিচাপে পৰিগণিত হোৱা ৰাধাগোৱিন্দ বৰুৱা পথৰ কমাৰ্চ এণ্ডৰ পৰা গণেশগুৰি উৰণীয়া সেতুৰ এণ্ডলৈ ২.৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত উৰণীয়া সেতুখন সকলো ঠিকে থাকিলে কাতি বিহুৰ পিছদিনা আৰু ষষ্ঠী পূজাৰ আগদিনা ১৯ অক্টোবৰত ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰা হব৷ এয়া গুৱাহাটীবাসীলৈ অসমৰ মুখ্যমন্ত্ৰীৰ কাতি বিহু আৰু
Year: 2023
যোৰহাটৰ লিচুবাৰীত বুধবাৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা। এখন চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হয় এজন যুৱক। আহত যুৱকজন যোৰহাট গড়মূৰৰ বসন্ত দাস বুলি জানিব পৰা গৈছে। আহত বসন্ত দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হয়। এখন ৱেগনআৰ বাহনত আহিছিল বসন্ত দাস। অভিযোগ অনুসৰি বসন্ত
বৃহস্পতিবাৰে খানাপাৰাত দুৰ্বৃত্তৰ গুলী বুকুৰে সৰকি গৈছিল অঞ্জন নাথ নামৰ এজন যুৱকৰ। দুৰ্বৃত্তৰ গুলীত ঢলি পৰা অঞ্জনৰ হাস্পতালত মৃত্যু হয়। এই গুলীচালনাৰ ঘটনাৰ মাষ্টাৰমাইণ্ডসহ ৭জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত সৌৰভ গোৱেংকা, গোবিন্দ কুমাৰ আৰু অৰবিন্দ ৰায়ক আঠগাঁও আৰু ভৰলুমুখৰ পৰা আৰক্ষীয়ে দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে ঘটনাত
খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে পৰৱৰ্তী সময়ত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পা সেই কথা নতুনকৈ কাকো কোৱাৰ প্রয়োজন নাই। পুৱা শুই উঠাৰে পৰা নিশা শোৱাৰ আগলৈকে যিবোৰ খাদ্য গ্ৰহণ কৰা হয় সেইবোৰেই শৰীৰৰ ইন্ধন। খাদ্যৰ পৰা আহৰণ কৰা কেলৰি শৰীৰত জমা হয়। দৈনন্দিন যিকোনো কার্য সম্পাদনে ব্যয় হয় কেলৰি
কণা হাঁহক পতান দিয়াৰ দৰে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে । এই অভিযোগ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ । সোমবাৰে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত মাইক্ৰ’ফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে