কঁকালৰ বিষৰ সমস্যাত অধিকাংশ লোকে কম-বেছি পৰিমাণে ভাৰাক্ৰান্ত হয়। কাৰ্যালয়ত দীঘলীয়া সময় বহি থকা, শাৰীৰিক পৰিশ্ৰম তুলনামূলকভাৱে কমকৈ কৰা, শৰীৰচৰ্চাৰ অভাৱ আদি বিভিন্ন কাৰণত কঁকালৰ বিষৰ সমস্যাই দেখা দিয়ে। কম বয়সীয়া লোকৰ মাজত এতিয়া এই সমস্যাই দেখা দিছে আৰু ক্রমশঃ দ্রুতভাৱে ই বিয়পি পৰিছে। শেহতীয়া গৱেষণা অনুসৰি আগন্তুক কেই বছৰমানৰ
Year: 2023
🔴মহানগৰীৰ বেলতলাত অঘটন 🔴তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ 🔴বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আছিল তোৰণখন 🔴চাৰিদিন পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল তোৰণখনৰ 🔴ডাম্পাৰখনে খুন্দিয়াই মহটিয়াই নিলে পদপথৰ দুখনকৈ দোকানো 🔴দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰ চালকৰ 🔴দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 01 KC 9789
🔴৩ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া মুকুট আলী 🔴বকোত গ্ৰেপ্তাৰ ঘোচখোৰ ASI গৰাকী 🔴এগৰাকী মহিলাৰ পৰা ধন লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ ASI গৰাকী
উৎকোচ লৈ আটক কামৰূপ জিলাৰ সহকাৰী আয়ুক্ত দিপাঙ্কৰ কলিতা। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আটক দিপাঙ্কৰ কলিতাক।
লণ্ডনত উজ্বলিল অসমৰ ফটোগ্ৰাফাৰ নেজিব আহমেদ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ অৱ দ্য ইয়েৰ ৫৯ সংখ্যক অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছিল নেজিবে। প্ৰকৃতিপ্ৰেমী ফটোগ্ৰাফাৰ নেজিব আহমেদলৈ আগবঢ়ায় বিশেষ বঁটা।