যাগ-যজ্ঞ কৰ্মাদি যি কৰা হয় , বিয়ায়েই হওঁক বা ঘৰ লোৱা হওঁক , শিৱ পূজায়েই হওঁক বা আন বিধিতেই হওঁক এটা মন্ত্ৰ সদায় শুনিবলৈ পোৱা যায় — ওঁম স্বস্তি নো ইন্দ্রো বৃদ্ধশ্রবাঃ। স্বস্তি নঃ পূষা বিশ্ববেদাঃ। স্বস্তি নঃ তাৰ্ক্ষ্যো অৰিষ্টনেমিঃ। স্বস্তি নো বৃহস্পতির্দধাতু ওঁম শান্তিঃ ! ওঁম শান্তিঃ ! ওঁম
Year: 2023
*হনুমান চালিচাত মুঠ ৪০টা চৌপাই আছে।প্ৰতিটো চোপায়ে হৈছে সিদ্ধমন্ত্ৰ।কিন্তু তাৰে ৫টাৰ বিশেষ ক্ষমতা আছে।কোৱা হয় যে,যদি আপুনি এই ৫টা মন্ত্ৰ নিয়মীয়াকৈ আবৃত্তি কৰিব পাৰে,তেতিয়া আপুনি,স্বাস্হ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিব। ১)ৰামদূত অতুলিত বলধামা।অঞ্জনিপুত্ৰ পৱনসুত নামা”।হনুমান পূজাৰ সময়ত এই মন্ত্ৰটি উচ্চাৰণ কৰি আপুনি সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক বেদনাৰ পৰা সকাহ পাব।
মা সৰস্বতীৰ আৰ্শীবাদ যি ব্যক্তিৰ প্ৰাপ্ত হয়/সেইজনৰ জীৱনত কোনো অভাৱ নাথাকে।ধাৰ্মিক মান্যতা অনুসাৰে সৃষ্টিৰ পৰা উদাসীনতা আৰু অজ্ঞানতা দূৰ কৰিবলৈ-ব্ৰহ্মাদেৱে মা সৰস্বতীৰ ৰচনা কৰিছিল। মা সৰস্বতীৰ পূজাৰ বাবে-বসন্ত পঞ্চমী আৰু দিপাৱলীৰ দিন সৰ্বশ্ৰেষ্ট মনি হয়।কিন্তু যিয়ে-প্ৰতিদিনে-মা সৰস্বতীৰ পূজা-আৰাধনা কৰে-সেইজনে সৃদ্ধি-বুদ্ধি, ধন-বল,আৰু জ্ঞান-বিবেকৰ প্ৰাপ্তি হয়।তেওঁৰ জীৱন সুখ-সৌভাগ্যৰে পৰিপূৰ্ণ হয়।মা সৰস্বতীৰ পূজাত-সৰস্বতী
চীনা বাস্তু শাস্ত্ৰত ফেং ছুইৰ চিহ্ন ব্যৱহাৰ কৰি নেতিবাচকতা আঁতৰাই সমস্যাৰ পৰা মুক্তি পোৱা যায়। এই চিম্বলবোৰ বজাৰত অতি সহজে পোৱা যায়। বহুতে ঘৰত শ্ব’পিচ হিচাপে সজাই ৰাখে। যদি আপোনাৰ জীৱনত সমস্যা বাঢ়িছে বা অবিৰত কঠোৰ পৰিশ্ৰমৰ পিছতো সফলতা লাভ কৰা নাই, তেন্তে ফেং ছুইত উল্লেখ কৰা এই সহজ পদক্ষেপসমূহ
বাস্তু শাস্ত্ৰ অনুসাৰে- কোন দিশে অখণ্ড জ্যোতি জ্বলালে ঘৰলৈ আহে সুখ-সমৃদ্ধি! ২০২২বৰ্ষৰ শাৰদীয় নৱৰাত্ৰি ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ। শাৰদীয় নৱৰাত্ৰিত মা দূৰ্গাৰ ৯টা ৰূপৰ পূজা-অৰ্চনাৰ বিধান আছে।বাস্তু শাস্ত্ৰ অনুসাৰে নৱৰাত্ৰিত অখণ্ড জ্যোতিক যিকোনো ঠাইতে স্থাপিত কৰিব নালাগে।ইয়াৰ বাবে এক বিশেষ দিশ আছে। ২০২২বৰ্ষৰ শাৰদীয় নৱৰাত্ৰি-২৬ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব।আৰু শেষ